ETV Bharat / sports

আইপিএল 14: ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে মুম্বাইৰ হেটট্ৰিকৰ লক্ষ্য - ৰোহিত শৰ্মা

9 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব বহু প্ৰতিক্ষিত আইপিএল 14 ৷ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব ৰোহিত শৰ্মা নেতৃত্বাধীন ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ ৷

আইপিএল 14
ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে মুম্বাইৰ হেটট্ৰিকৰ লক্ষ্য
author img

By

Published : Apr 8, 2021, 5:19 PM IST

স্পৰ্টছ ডেস্ক, 8 এপ্ৰিল: 9 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব বহু প্ৰতিক্ষিত আইপিএল 14 ৷ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব ৰোহিত শৰ্মা নেতৃত্বাধীন ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ ৷

এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা মেচখনত দৰ্শক উপস্থিত থাকিব নোৱাৰিব ৷ কৰ'ণাৰ দ্বিতীয় ঢৌৰ বাবে ষ্টেডিয়ামত অনুৰাগীৰ অভাৱ হ'লেও দুয়ো দলৰ বিগ হিটাৰ সকলে টিভি পৰ্দাৰ জৰিয়তে সকলোৰে মন জিনিব বুলি আশা কৰা হৈছে ৷

স্কোৱাড:

মুম্বাই ইণ্ডিয়ানছ: অনমোলপ্ৰীত সিং, ক্ৰিছ লিন, ৰোহিত শৰ্মা, সৌৰভ তিৱাৰী, সূৰ্যকুমাৰ যাদৱ, অনুকূল ৰয়, অৰ্জুন তেণ্ডুলকাৰ, হাৰ্ডিক পাণ্ডিয়া, জেমছ নিশাম, কেইৰন পোলাৰ্ড, ক্ৰুনাল পাণ্ডিয়া, মাৰ্কো জেনছেন, আদিত্য তাৰে, ইশান কিষান, কুইন্টন ডি কক, আদাম মিলনে, ধৱল কুলকাৰ্ণী, জছপ্ৰীত বুমৰাহ, জয়ন্ত যাদৱ, নাথান কল্টান নাইল, পিযুষ চাওলা, ৰাহুল চাহাৰ, ট্ৰেন্ট বল্ট, য়ুধবীৰ সিং ৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু: দেৱদত্ত পাল্লিকাল, ফিন এলেন, পৱন দেশপাণ্ডে, ৰজত পাটিদাৰ, শচীন বেবী, সূয়াশ প্ৰভূদেশাই, বিৰাট কোহলী, ডেন ক্ৰিষ্টিয়ান, ডেনিয়েল চেমছ, গ্লেন মেক্সৱেল, শ্বাহৱাজ আহমেদ, ৱাশ্বিংটন সুন্দৰ, এবি ডি ভিলিয়াৰ্ছ, মহম্মদ আজাহাৰুদ্দিন, শ্ৰীকাৰ ভাৰত, আদাম জাম্পা, হাৰ্ষাল পেটেল, কেন উইলিয়ামছন, কাইল জেমিছন, মহম্মদ ছিৰাজ, নৱদ্বীপ ছেইনী, য়ুজবেন্দ্ৰ চাহাল ৷

লগতে পঢ়ক : বিৰাট কোহলী, ডি ভিলিয়াৰ্ছক প্ৰত্যাহ্বান ওছেইন বল্টৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.