ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত ময়ংকৰ শতক

টেষ্ট ক্ৰিকেটৰ প্ৰথমটো শতক অৰ্জন ময়ংক আগৰৱালৰ ৷ কেৰিয়াৰৰ পঞ্চমখন টেষ্টৰ পাচত এই সফলতা ময়ংকৰ ৷

author img

By

Published : Oct 3, 2019, 1:01 PM IST

আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত ময়ংকৰ শতক

স্পৰ্টছ ডেস্ক, 3 অক্টোবৰঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্টত ময়ংক আগৰৱালৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন ৷ বিশাখাপট্টনমত অনুষ্ঠিত হৈ থকা মেচখনত এই সফলতা খেলুৱৈগৰাকীৰ ৷ মেচখনত ৰোহিত শৰ্মাৰ শতকৰ পাচতেই দ্বিতীয় দিনা শতক অৰ্জন কৰিবলৈ সক্ষম হয় ময়ংকে ৷ 204 টা বলত 14 টা চাৰি আৰু 2 টা ছয়েৰে শতক অৰ্জন কৰিবলৈ সক্ষম হয় ময়ংকে ৷ পঞ্চমখন টেষ্টৰ পিচত প্ৰথমটো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে ময়ংকে ৷

India vs South Africa 1st test, Mayank agrawal scored a hundred
অপেনাৰ ৰোহিত শৰ্মা আৰু ময়ংক আগৰৱাল

আনহাতে মেচখনত 176 ৰানৰ ইনিংছ খেলি পেভিলিয়নমুখী হয় ৰোহিত ৷ বৰ্তমান এক উইকেটৰ বিনিময়ত 300 ৰান অতিক্ৰম কৰিছে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.