ETV Bharat / sports

328 ৰাণৰ লক্ষ্য অনুসৰণ কৰি চতুৰ্থ দিনত ভাৰতৰ সংগ্ৰহ 4-0 - ৰোহিত শৰ্মা

অষ্ট্ৰেলিয়াই জয়ৰ বাবে ভাৰতক বান্ধি দিছে কৰিছে 328 ৰাণৰ সীমা ৷ আজিৰ দিনটোৰ খেলৰ অন্তত ভাৰতে এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰিছে 4 ৰাণ ৷

চতুৰ্থ টেষ্টত বৰষুণৰ বিধিচতুৰ্থ টেষ্টত বৰষুণৰ বিধি পথালি  পথালি

author img

By

Published : Jan 18, 2021, 2:21 PM IST

স্পৰ্টছ ডেস্ক, 18 জানুৱাৰী : চতুৰ্থ টেষ্টৰ চতুৰ্থ দিনা অষ্ট্ৰেলিয়াই জয়ৰ বাবে ভাৰতক বান্ধি দিছে কৰিছে 328 ৰাণৰ সীমা ৷ ইয়াৰ পাচতে বেটিং কৰিবলৈ নামি ভাৰতীয় দলে কোনো উইকেট নেহেৰুৱাকৈ 4 ৰাণ সংগ্ৰহ কৰাৰ সময়তে বৰষুণৰ বাবে আজিৰ দিনটোৰ মেচ বাতিল কৰিব লগা হয় ৷

উল্লেখ্য যে, দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই 294 ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায় ৷ প্ৰথম ইনিংছত লাভ কৰা 33 ৰাণৰ অগ্ৰগতিৰ জৰিয়তে ভাৰতৰ সন্মুখত 328 ৰাণৰ সীমা নিৰ্ধাৰণ কৰি দিয়ে ঘৰুৱা দলটোৱে ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া
আজিংকা ৰাহানে আৰু মহম্মদ ছিৰাজ

দিনটোৰ অন্তত ভাৰতৰ হৈ ৰোহিত শৰ্মা (4) আৰু শুভমন গীলে (0) বেটিং কৰি আছে ৷ জয়ৰ বাবে মঙলবাৰৰ দিনটোত ভাৰতে সংগ্ৰহ কৰিব লাগিব বিশাল 324 ৰাণ ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া
মেথিউ ৱেড

ভাৰতৰ হৈ মহম্মদ ছিৰাজে 73 ৰাণত 5 টা উইকেট আৰু শ্বাৰদুল ঠাকুৰে 61 ৰাণত 4 টা উইকেট দখল কৰে ৷ আনহাতে, স্পীনাৰ ৱাশ্বিংটন সুন্দৰে 80 ৰাণ দি দখল কৰে 1 টা উইকেট ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া
মহম্মদ ছিৰাজ

দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক 55 ৰাণ সংগ্ৰহ কৰে ষ্টিভ স্মিথে ৷ আনহাতে, ডেভিদ ৱাৰ্ণাৰে সংগ্ৰহ কৰে 48 ৰাণ ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া
শ্বাৰদুল ঠাকুৰ আৰু ৱাশ্বিংটন সুন্দৰ

উল্লেখ্য যে, বৰ্তমান বৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলা 1-1 ত ড্ৰ' হৈ আছে ৷ প্ৰথম টেষ্ট অষ্ট্ৰেলিয়াই দখল কৰাৰ পৰিৱৰ্তে দ্বিতীয় টেষ্ট ভাৰতে দখল কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে, ছিডনীত অনুষ্ঠিত তৃতীয় টেষ্ট ড্ৰ' হিচাপে সমাপ্ত হৈছিল ৷

দুয়ো দলৰ স্কৰ :

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ : 369 ৰাণত অল আউট

ভাৰতৰ প্ৰথম ইনিংছ : 111.4 অ'ভাৰত 336 ৰাণত অল আউট

অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছ : 75.5 অ'ভাৰত 294 ৰাণত অল আউট (ষ্টিভ স্মিথ 55; মহম্মদ ছিৰাজ 5/73, শ্বাৰদুল ঠাকুৰ 4/61)

ভাৰতৰ দ্বিতীয় ইনিংছ : 1.5 অ'ভাৰত কোনো উইকেট নেহেৰুৱাকৈ 4 ৰাণ (ৰোহিত শৰ্মা 4; মিটচেল ষ্টাৰ্ক 4/0)

লগতে পঢ়ক : ফেনাৰবাচ ক্লাৱৰ হৈ খেলাৰ বাবে তুৰ্কীত উপস্থিত হৈছে মেছুট অ'জিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.