স্পৰ্টছ ডেস্ক, ৩ মাৰ্চঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ আশাত চেঁচাপানী । আইচিচিয়ে খাৰিচ কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ আবেদন ।

উল্লেখ্য যে, পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাচতে ভাৰতীয় ক্ৰিকেট বৰ্ডে আই চি চি ক আবেদন দিছিল সন্ত্ৰাসবাদী দেশৰ সৈতে সমন্ধ বিচিন্ন কৰাৰ । কিন্তু এই ক্ষেত্ৰত আই চি চি ৰ স্পষ্ট মন্তব্য এই ক্ষেত্ৰত কোনো ভূমিকা পালন কৰাৰ যুক্তিযুক্ততা নাই আই চি চি ৰ । এনে কাৰ্য কেৱল চৰকাৰৰ তত্বাৱধানতে হে লোৱা হয় বুলি উল্লেখ কৰে আই চি চি য়ে ।