ETV Bharat / sports

47 বছৰত ভৰি দিলে গাংগুলীয়ে

47 বছৰত ভৰি দিলে দাদাই ৷ সোমবাৰে তেওঁৰ জন্মদিন উপলক্ষ্যে ভাৰতীয় ক্ৰিকেট তাৰকাসকলে শুভেচ্ছা জ্ঞাপন কৰে তেওঁক ৷

সৌৰভ গাংগুলী
author img

By

Published : Jul 8, 2019, 2:37 PM IST

স্পৰ্টছ ডেস্ক, 8 জুলাই : সোমবাৰে 47 বছৰত ভৰি দিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে ৷ 'দাদা' হিচাপে অনুৰাগীৰ মাজত পৰিচিত খেলুৱৈ গৰাকীৰ জন্মদিনত শুভেচ্ছাৰে উপচাই পেলালে ভাৰতীয় ক্ৰিকেট তাৰকাসকলে ৷ ভাৰতীয় দলক বিশ্বমানৰ দল হিচাপে প্ৰতিষ্ঠা কৰাত যথেষ্ট অৰিহণা যোগোৱা খেলুৱৈ গৰাকীয়ে তেওঁৰ অধিনায়কত্বৰ সময়তে যুৱ প্ৰতিভাক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷

47 বছৰত ভৰি দিলে গাংগুলীয়ে

তেওঁৰ নেতৃত্বতে ক্ৰিকেট জগতত ভুমুকি মাৰিছিল যুৱৰাজ সিং, হৰভজন সিং, বীৰেন্দ্ৰ ছেহৱাগ, এম. এছ. ধোনীৰ দৰে তাৰকাই ৷

ছেহৱাগৰ শুভেচ্ছা জ্ঞাপন -

ETV BHARAT ASSAM
ছেহৱাগৰ শুভেচ্ছা জ্ঞাপন
ভি. ভি. এছ লক্ষ্মণৰ শুভেচ্ছা -
ETV BHARAT ASSAM
ভি. ভি. এছ লক্ষ্মণৰ শুভেচ্ছা
মহম্মদ কাইফৰ শুভেচ্ছা -
ETV BHARAT ASSAM
মহম্মদ কাইফৰ শুভেচ্ছা
প্ৰজ্ঞান ওঝাৰ শুভেচ্ছা জ্ঞাপন -
ETV BHARAT ASSAM
প্ৰজ্ঞান ওঝাৰ শুভেচ্ছা

উল্লেখ্য যে, ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক গৰাকীয়ে সৰ্বমুঠ 311 খন এদিনীয়াত অংশগ্ৰহণ কৰি 11363 ৰাণ সংগ্ৰহ কৰিছিল ৷ ইয়াৰোপৰি, 113 খন টেষ্ট ক্ৰিকেট খেলি খেলুৱৈ গৰাকীয়ে 7212 ৰাণ সংগ্ৰহ কৰিছিল ৷ 1992 চনত ক্ৰিকেটত আত্মপ্ৰকাশ ঘটোৱা খেলুৱৈ গৰাকীয়ে 2008 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন মেচৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷

GANGULY TURNS  47 : WISHES POUR IN

47 বছৰত ভৰি দিলে গাংগুলীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.