ETV Bharat / sports

কলকাতা টেষ্টঃ 106 ৰানত প্ৰথম ইনিংছত ধৰাশায়ী বাংলাদেশ - Ishant Sharma picks 5 wicket

পিংক টেষ্টত ভাৰতীয় পেছ বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ 106 ৰানত ধৰাশায়ী বাংলাদেশ ৷ ইশান্ত শৰ্মাৰ পাঁচটা উইকেট দখল ৷

কলকাতা টেষ্টঃ ইডেন গাৰ্ডেনত অল আউট বাংলাদেশ
author img

By

Published : Nov 22, 2019, 6:37 PM IST

স্পৰ্টছ ডেস্ক, 22 নৱেম্বৰ: কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা ঐতিহাসিক টেষ্ট মেচত দুৰ্দান্ত প্ৰদৰ্শন ভাৰতৰ ৷ প্ৰথম ইনিংছত ধৰাশায়ী হয় বিদেশী দলটো ৷ টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বাংলাদেশ ক্ৰিকেট দলটোৱে ৷ প্ৰথমে বেটিং কৰি কেৱল 30.3 অভাৰত 106 ৰান কৰি অল আউট হয় বাংলাদেশ দলটো ৷ মেচখনত ইশান্ত শৰ্মাৰ পাঁচটা উইকেট দখল ৷ বাংলাদেশৰ হৈ শ্বাদমান ইছলামে সৰ্বাধিক 23 ৰান কৰিবলৈ সক্ষম হয় ৷ আনহাতে ইমৰুল কায়েছ 4, অধিনায়ক মমিনুল হক 0, মহম্মদ মিথুন 0, মুছফিকুৰ ৰহিম 0, মহম্মদুল্লাহ 6, লিটন দাস 24 (ৰিটায়াৰ হাৰ্ট), নায়িম হাছান 19, ইবাদত হুছেইন 1, মেহন্দি হাছান 8, আবু জায়েদ 0 আৰু অল-আমিন হুছেইনে

অপৰাজিত 1 ৰানৰ বৰঙণি আগবঢ়ায় ৷

ভাৰতৰ হৈ ইশান্ত শৰ্মাই 12 অভাৰত 22 ৰান দি 5 টা, উমেশ যাদৱে 7 অভাৰত 29 ৰান দি 3 টা, মহম্মদ শ্বামীয়ে 10.3 অভাৰত 36 ৰান দি 2 টা উইকেট দখল কৰে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.