ETV Bharat / sports

ক্ৰিকেট পিটছত পুনৰ ইস্ত্ৰি ! ক’লৈ যায় কোটি-কোটি টকা.. - কোচ বিহাৰ ট্ৰফী 2020

গুৱাহাটীৰ বৰ্ষাপাৰাত ইস্ত্ৰি, হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰৰ ঘটনাৰ পাচতো শিক্ষা নল’লে ৰাজ্যৰ ক্ৰিকেট সংস্থাই ৷ পুনৰ ক্ৰিকেটৰ খেলপথাৰত দেখা পোৱা গ’ল কয়লাৰ ইস্ত্ৰি ৷

ক্ৰিকেট পিটছত পুনৰ ইস্ত্ৰি
ক্ৰিকেট পিটছত পুনৰ ইস্ত্ৰি
author img

By

Published : Jan 20, 2020, 5:21 PM IST

স্পৰ্টছ ডেস্ক, 20 জানুৱাৰীঃ ক’ত যায় বিচিচিআইয়ে ৰাজ্যৰ ক্ৰিকেট সংস্থাক যোগান দিয়া কোটি-কোটি টকা ৷ কাৰণ পুনৰ ক্ৰিকেটৰ খেলপথাৰত দেখা পোৱা গ’ল কয়লাৰ ইস্ত্ৰি ৷ গুৱাহাটীত যোৱা 5 জানুৱাৰীত অনুষ্ঠিত হোৱা ভাৰত আৰু শ্ৰীলংকাৰ মাজত বৰ্ষৰ প্ৰথমটো টি-20 মেচত ইস্ত্ৰি, হেয়াৰ ড্ৰায়াৰ, ভেকুয়াম ক্লিনাৰ ব্যৱহাৰৰ এমাহ মাৰ নৌযাওতেই পুনৰ সেমেকা পিটছ শুকুৱালৈ ব্যৱহাৰ কৰা হ’ল কয়লাৰ ইস্ত্ৰি ৷

বৰ্ষাপাৰা টি-20
বৰ্ষাপাৰা টি-20

সোমবাৰে কানপুৰত অনুষ্ঠিত হোৱা কোচ বিহাৰ ট্ৰফীৰ এখন মেচৰ পূৰ্বে দেখা পোৱা গ’ল এই দৃশ্য ৷ উত্তৰ প্ৰদেশ আৰু দিল্লীৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনত সংঘটিত হয় এই ঘটনা ৷

গুৱাহাটীত ইস্ত্ৰি, হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰৰ
গুৱাহাটীত ইস্ত্ৰি, হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰৰ

বৈদ্যুতিক ইস্ত্ৰি, হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰা ঘটনা ভাৰতীয় ক্ৰিকেট জগতত নতুন কথা যদিও গৰম কয়লা পিটছত ব্যৱহাৰ কৰা কোনো নতুন কথা নহয় ৷ ইয়াৰ পূৰ্বেও এনে পদ্ধতিৰে পিটছ শুকুৱা উদাহৰণ আছে ৷ কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে, অত্যাধুনিক প্ৰযুক্তিৰ যুগতো পিটছ শুকুৱাবৰ বাবে পূৰণি পদ্ধতিৰ অৱল্বন কৰাক লৈ ৷

উল্লেখ্য যে, প্ৰতি বছৰে ৰাজ্যৰ ক্ৰিকেট সংস্থা সমূহক 25 ৰ পৰা 30 কোটি পৰ্যন্ত আৰ্থিক অনুদান দি আহিছে বিচিচিআইয়ে ৷ তেনেস্থলত ক’লেই অন্তৰ্ধান হয় ইমান বৃহৎ পৰিমাণৰ ধন সমূহ সেইয়া হে এক লাখটকীয়া প্ৰশ্ন !

Intro:Body:

When India's first Twenty 20 International (T20I) against Sri Lanka was cancelled due to damp patches on the pitch Board of Control for Cricket in India (BCCI) drew ire of cricket fans. Assam Cricket Association (ACA) made an attempt to get the pitch ready for the match, but the use of hairdryers and iron machines which was broadcasted live on tv left everyone rolling. 

BCCI, the richest cricket body of the world, received flak for making a mockery of an international cricket match at Guwahati's at Barsapara Cricket Stadium. 

Use of hairdryers and iron machines on the pitch might be new in Indian cricket, but applying burning coal on wet wicket is common. 

During a Cooch Behar Trophy match in Kanpur,  groundsmen were seen using burning coal to get the pitch ready for a match. 

However, the question is being raised time and again about this obsolete practice in Indian cricket, especially when BCCI's international peers rely on advanced equipment to keep pitch match ready. 

During a Cooch Behar Trophy match between Uttar Pradesh and Delhi at the Kamla Club Cricket Ground in Kanpur, the groundsmen were seen using burning coal and iron machines on the pitch. A few groundsmen also applied hot sand on damp patches. But the question remains. 

BCCI allot around Rs 25 crore to 30 crores to the state boards. So, where does this money go? Why do the states boards still rely on the age-old method? 

When asked about this age-old practice in Kanpur, UPCA Secretary Yudhveer Singh said, "Drying the pitch with iron machines is not the right way in the modern-day game. If this continues in spite of the rich resources, then action will be taken against the culprits." 

Why state cricket boards still use burning coal on the wet pitch even after spending crores, who is responsible? 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.