ETV Bharat / sports

পাকিস্তানত আক্ৰমণৰ ১০ বছৰ সম্পূৰ্ণ শ্ৰীলংকা দলৰ

শ্ৰীলংকা ক্ৰিকেট দলৰ পাকিস্তানৰ মাটিত আক্ৰমণৰ বলি হোৱা সম্পূৰ্ণ হ'ল ১০ বছৰ । ২০০৯ চনৰ ৩ মাৰ্চত লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামৰ ওচৰত বন্দুকধাৰীয়ে আক্ৰমণ কৰিছিল দলটোক ।

author img

By

Published : Mar 3, 2019, 11:26 PM IST

SRI LANKAN TEAM

নিউজ ডেস্ক, ৩ মাৰ্চ: শ্ৰীলংকা ক্ৰিকেট দলৰ পাকিস্তানৰ মাটিত আক্ৰমনৰ বলি হোৱা সম্পূৰ্ণ হ'ল ১০ বছৰ । ২০০৯ চনৰ ৩ মাৰ্চত লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামৰ ওচৰত বন্দুকধাৰীয়ে আক্ৰমন কৰিছিল দলটোক । আক্ৰমনত সেই সময়ৰ অধিনায়ক মাহেলা জয়াবৰ্ধনে আৰু কুমাৰ ছাংগাকাৰাৰ লগতে বহুকেইজন খেলুৱৈ আঘাতপ্ৰাপ্ত হৈছিল ।

ETV BHARAT
SRI LANKAN TEAM

সেই ভয়ংকৰ আক্ৰমনৰ পাছতেই শৃংখলা বাতিল হোৱাৰ লগতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ ওপৰত ৬ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।

10 YEARS OF SRI LANKAN TEAM WAS ATTACKED IN PAKISTAN

পাকিস্তানত আক্ৰমনৰ ১০ বছৰ সম্পূৰ্ণ শ্ৰীলংকা দলৰ

নিউজ ডেস্ক, ৩ মাৰ্চ: শ্ৰীলংকা ক্ৰিকেট দলৰ পাকিস্তানৰ মাটিত আক্ৰমনৰ বলি হোৱা   সম্পূৰ্ণ হ'ল ১০ বছৰ । ২০০৯ চনৰ ৩ মাৰ্চত লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামৰ ওচৰত বন্দুকধাৰীয়ে আক্ৰমন কৰিছিল দলটোক । আক্ৰমনত সেই সময়ৰ অধিনায়ক মাহেলা জয়াবৰ্ধনে আৰু কুমাৰ ছাংগাকাৰাৰ লগতে বহুকেইজন খেলুৱৈ আঘাতপ্ৰাপ্ত হৈছিল । 

সেই ভয়ংকৰ আক্ৰমনৰ পাছতেই শৃংখলা বাতিল হোৱাৰ লগতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ ওপৰত ৬ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.