স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ : আই চি চি পুৰুষৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ টিকটৰ চাহিদা বৃদ্ধি পাইছে ৷ টিকটৰ বৰ্ধিত চাহিদাৰ ওপৰত ভিত্তি কৰি ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) বুধবাৰে প্ৰায় ৪ লাখ অতিৰিক্ত টিকট বিক্ৰী কৰাৰ কথা ঘোষণা কৰে । পৰৱৰ্তী পৰ্যায়ৰ বহু প্ৰত্যাশিত প্ৰতিযোগিতাখন বাবে পৰৱৰ্তী পৰ্যায়ৰ টিকট ৮ ছেপ্টেম্বৰৰ পুৱা ৮ বজাৰ পৰা (IST) বিক্ৰী আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ।
-
🚨 NEWS 🚨
— BCCI (@BCCI) September 6, 2023 " class="align-text-top noRightClick twitterSection" data="
BCCI set to release 400,000 tickets in the next phase of ticket sales for ICC Men's Cricket World Cup 2023. #CWC23
More Details 🔽https://t.co/lP0UUrRtMz pic.twitter.com/tWjrgJU51d
">🚨 NEWS 🚨
— BCCI (@BCCI) September 6, 2023
BCCI set to release 400,000 tickets in the next phase of ticket sales for ICC Men's Cricket World Cup 2023. #CWC23
More Details 🔽https://t.co/lP0UUrRtMz pic.twitter.com/tWjrgJU51d🚨 NEWS 🚨
— BCCI (@BCCI) September 6, 2023
BCCI set to release 400,000 tickets in the next phase of ticket sales for ICC Men's Cricket World Cup 2023. #CWC23
More Details 🔽https://t.co/lP0UUrRtMz pic.twitter.com/tWjrgJU51d
বিচিচিআইয়ে এক বিবৃতিত কয়, ‘‘বিচিচিআইয়ে গভীৰভাৱে স্বীকাৰ কৰে যে খেল অনুৰাগীসকল হৈছে প্ৰতিযোগিতাখনৰ হৃদস্পন্দন ৷ তেওঁলোকৰ অটল আবেগ, অৱদান আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ সফলতাৰ বাবে অতি প্ৰয়োজনীয়’’ ।
-
BCCI is set to release 4 Lakhs tickets in the next ticket sale for the World Cup 2023.
— Johns. (@CricCrazyJohns) September 6, 2023 " class="align-text-top noRightClick twitterSection" data="
- Great news for the fans...!!!! pic.twitter.com/oBTBi0jppn
">BCCI is set to release 4 Lakhs tickets in the next ticket sale for the World Cup 2023.
— Johns. (@CricCrazyJohns) September 6, 2023
- Great news for the fans...!!!! pic.twitter.com/oBTBi0jppnBCCI is set to release 4 Lakhs tickets in the next ticket sale for the World Cup 2023.
— Johns. (@CricCrazyJohns) September 6, 2023
- Great news for the fans...!!!! pic.twitter.com/oBTBi0jppn
ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে উল্লেখ কৰা অনুসৰি, আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ সকলো খেলৰ টিকটৰ সাধাৰণ বিক্ৰী অহা ৮ ছেপ্টেম্বৰৰ নিশা ৮:০০ বজাৰ পৰা আৰম্ভ হ’ব । অনুৰাগীসকলে অফিচিয়েল টিকট ৱেবছাইট (Cricket World Cup website) ৰ https://tickets.cricketworldcup.com/explore/c/icc-cricket-world-cup ত গৈ টিকট ক্ৰয় কৰিব পাৰিব ।
লগতে অনুৰাগীসকলে উপযুক্ত সময়ত টিকট বিক্ৰীৰ পৰৱৰ্তী পৰ্যায় সন্দৰ্ভত অধিসূচনা লাভ কৰিব উল্লেখ কৰে ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ।
-
The BCCI confirms they'll release 4 Lakhs tickets in the next phase of ticket sales for the 2023 World Cup.
— Mufaddal Vohra (@mufaddal_vohra) September 6, 2023 " class="align-text-top noRightClick twitterSection" data="
- A great news for fans! pic.twitter.com/CPW8wLutpB
">The BCCI confirms they'll release 4 Lakhs tickets in the next phase of ticket sales for the 2023 World Cup.
— Mufaddal Vohra (@mufaddal_vohra) September 6, 2023
- A great news for fans! pic.twitter.com/CPW8wLutpBThe BCCI confirms they'll release 4 Lakhs tickets in the next phase of ticket sales for the 2023 World Cup.
— Mufaddal Vohra (@mufaddal_vohra) September 6, 2023
- A great news for fans! pic.twitter.com/CPW8wLutpB
৫ অক্টোবৰত আৰম্ভ হ’ব ইংলেণ্ড আৰু নিউজিলেণ্ডৰ আই চি চি পুৰুষৰ ক্ৰিকেট বিশ্বকাপ ২০১৯ চনৰ ফাইনেল খেলখন ৷ ভাৰতে অহা ৮ অক্টোবৰত চেন্নাইত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজ দিব । ইয়াৰ প্ৰায় এসপ্তাহৰ পাচত ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত বনাম পাকিস্তানৰ বিৰুদ্ধে খেলখন ৷
লগতে পঢ়ক : FIFA World Cup 2026 : পুনৰ ফিফা বিশ্বকাপ 2026 ত খেলিব লিঅ’নেল মেছিয়ে !