স্পৰ্টছ ডেস্ক, 25 এপ্ৰিলঃ এছিয়ান চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বিশ্বৰ নৱম স্থানত থকা ভাৰতীয় তাৰকা শ্বাটলাৰ ছাইনা নেহৱালে ৷ বৃহস্পতিবাৰে কোৰিয়াৰ প্ৰতিদ্বন্দী খেলুৱৈ কিম গা ইয়ুনক ২১-১৩, ২১-১৩ ব্যৱধানত কৰি এই সফলতা ছাইনাৰ ৷ ইয়াৰ পূৰ্বে 2018 চনত কোৰিয়া অ’পেনত ইয়ুনক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ছাইনা ৷ এতিয়া কোৱাৰ্টাৰ ফাইনেলত জাপানৰ অকানে য়ামাগুচীৰ বিৰুদ্ধে মুখামুখি হ’ব ছাইনা ৷ ছাইনাৰ পূৰ্বে পি.ভি সিন্ধু আৰু পুৰুষৰ শাখাত সমীৰ বৰ্মাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ৷
এছিয়ান চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত ছাইনা - KIM GA EUN
কোৰিয়াৰ প্ৰতিদ্বন্দী কিম গা ইয়ুনক পৰাস্ত কৰি এছিয়ান চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় তাৰকা শ্বাটলাৰ ছাইনা নেহৱাল । দ্বিতীয়বাৰৰ বাবে ছাইনাৰ হাতত পৰাস্ত কিম গা ইয়ুন ৷
স্পৰ্টছ ডেস্ক, 25 এপ্ৰিলঃ এছিয়ান চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বিশ্বৰ নৱম স্থানত থকা ভাৰতীয় তাৰকা শ্বাটলাৰ ছাইনা নেহৱালে ৷ বৃহস্পতিবাৰে কোৰিয়াৰ প্ৰতিদ্বন্দী খেলুৱৈ কিম গা ইয়ুনক ২১-১৩, ২১-১৩ ব্যৱধানত কৰি এই সফলতা ছাইনাৰ ৷ ইয়াৰ পূৰ্বে 2018 চনত কোৰিয়া অ’পেনত ইয়ুনক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ছাইনা ৷ এতিয়া কোৱাৰ্টাৰ ফাইনেলত জাপানৰ অকানে য়ামাগুচীৰ বিৰুদ্ধে মুখামুখি হ’ব ছাইনা ৷ ছাইনাৰ পূৰ্বে পি.ভি সিন্ধু আৰু পুৰুষৰ শাখাত সমীৰ বৰ্মাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ৷
saina
Conclusion: