ETV Bharat / sports

কোৰিয়া অ'পেন : ছেমি ফাইনেলত পাৰুপল্লী কাশ্যপ - 24-22, 21-8 ছেটত পৰাস্ত

কোৰিয়া অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত জেন অ' জৰ্গেনছনক পৰাস্ত কৰিছে ভাৰতীয় শ্বাটলাৰ পাৰুপল্লী কাশ্যপে ৷ 37 মিনিটৰ যুঁজত প্ৰতিদ্বন্দী জৰ্গেনছনক 24-22, 21-8 ছেটত পৰাস্ত কৰে কাশ্যপে ৷

পাৰুপল্লী কাশ্যপ
author img

By

Published : Sep 28, 2019, 9:59 AM IST

স্পৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰ : কোৰিয়া অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত জেন অ' জৰ্গেনছনক পৰাস্ত কৰিছে ভাৰতীয় শ্বাটলাৰ পাৰুপল্লী কাশ্যপে ৷ 37 মিনিটৰ যুঁজত প্ৰতিদ্বন্দী জৰ্গেনছনক 24-22, 21-8 ছেটত পৰাস্ত কৰে কাশ্যপে ৷ প্ৰথমটো ছেটত তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা জৰ্গেনছনে দ্বিতীয় ছেটত দূৰ্বল প্ৰদৰ্শন আগবঢ়ায় ৷

কোৰিয়া অ'পেনৰ ছেমি ফাইনেলত
পাৰুপল্লী কাশ্যপ

ইয়াৰ পূৰ্বে দ্বিতীয় ৰাউণ্ডত কাশ্যপে মালয়েছিয়াৰ ডাৰেন লিউক 21-17, 11-12, 21-12 ছেটত পৰাস্ত কৰে ৷

কোৰিয়া অ'পেনৰ ছেমি ফাইনেলত
পাৰুপল্লী কাশ্যপ

উল্লেখ্য যে, টুৰ্ণামেন্টৰ পৰা পূৰ্বেই বিদায় মাগিছে তাৰকা শ্বাটলাৰ পি. ভি. সিন্ধু, ছাইনা নেহৱাল আৰু ছাই প্ৰণীঠে ৷

ছেমি ফাইনেলৰ যুঁজত পাৰুপল্লী কাশ্যপে বিশ্বৰ শীৰ্ষ স্থানৰ জাপানৰ কান্ট' ম'মতাৰ বিৰুদ্ধে ছেপ্টেম্বৰৰ 28 তাৰিখে অৱতীৰ্ণ হ'ব ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.