ETV Bharat / sports

ইণ্ডোনেছিয়া অ'পেনৰ দ্বিতীয় ৰাউণ্ডত সিন্ধু, শ্ৰীকান্ত

ইণ্ডোনেছিয়া অ'পেনৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ভাৰতীয় শ্বাটলাৰ সিন্ধু আৰু শ্ৰীকান্তে ৷ তেওঁলোকৰ উপৰি পুৰুষৰ ডাবলছ আৰু মিক্সড ডাবলছ যুটীও দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছে ৷

ইণ্ডোনেছিয়া অ'পেনৰ দ্বিতীয় ৰাউণ্ডত সিন্ধু, শ্ৰীকান্ঠ
author img

By

Published : Jul 17, 2019, 2:14 PM IST

স্পৰ্টছ ডেস্ক, 17 জুলাই : ভাৰতীয় শ্বাটলাৰ পি. ভি. সিন্ধু আৰু কিডাম্বি শ্ৰীকান্তে ইণ্ডোনেছিয়া অ'পেনৰ প্ৰথম ৰাউণ্ডৰ মেচত জয়েৰে দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছে ৷ প্ৰথম ৰাউণ্ডৰ যুঁজত সিন্ধুয়ে জাপানৰ আয়া অ'হৰিক 11 - 21, 21 - 15, 21 - 15 ছেটত পৰাস্ত কৰে ৷ তেওঁৰ উপৰি, শ্ৰীকান্তে জাপানৰে প্ৰতিদ্বন্দী কেন্টা নিশিমট'ক 40 মিনিটৰ যুঁজত 21 - 14, 21 - 13 ছেটত পৰাস্ত কৰে ৷

ETV BHARAT ASSAM
ইণ্ডোনেছিয়া অ'পেনৰ দ্বিতীয় ৰাউণ্ডত সিন্ধু, শ্ৰীকান্ঠ

আনহাতে, মঙলবাৰে ভাৰতীয় পুৰুষ ডাবলছ যুটী স্বাত্বিকছাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে জি. ফেই আৰু নুৰ ইজুদ্দিনৰ যুটীক 21 - 19, 18 - 21, 21 - 19 ছেটত পৰাস্ত কৰে ৷ মিক্সড ডাবলছ শাখাতো প্ৰণৱ চোপ্ৰা আৰু এন. চিক্কী ৰেড্ডীয়ে 25 - 23, 16 - 21, 21 - 19 ছেটত পৰাস্ত কৰে ৰবিন টাবেলিং আৰু ছেলেনা পিয়েকৰ যুটীক ৷

ETV BHARAT ASSAM
কিডাম্বি শ্ৰীকান্ঠ

কিন্তু মহিলাৰ ডাবলছ শাখাত অশ্বিনী পোনাপ্পা আৰু এন. চিক্কী ৰেড্ডীৰ যুটীয়ে পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় ৷ ভাৰতৰ যুটীটোক 22 - 20, 20 - 22, 22 - 20 ছেটত পৰাস্ত কৰে ভিভিয়ান হু' আৰু য়াপ ছেং ৱেনে ৷

ETV BHARAT ASSAM
পি. ভি. সিন্ধু

INDONESIA OPEN : SINDHU, SRIKANTH PROGRESS TO SECOND ROUND

ইণ্ডোনেছিয়া অ'পেনৰ দ্বিতীয় ৰাউণ্ডত সিন্ধু, শ্ৰীকান্ঠ

স্পৰ্টছ ডেস্ক, 17 জুলাই : ভাৰতীয় শ্বাটলাৰ পি. ভি. সিন্ধু আৰু কিডাম্বি শ্ৰীকান্ঠে ইণ্ডোনেছিয়া অ'পেনৰ প্ৰথম ৰাউণ্ডৰ মেচত জয়েৰে দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছে ৷ প্ৰথম ৰাউণ্ডৰ যুঁজত সিন্ধুয়ে জাপানৰ আয়া অ'হৰিক 11 - 21, 21 - 15, 21 - 15 ছেটত পৰাস্ত কৰে ৷ তেওঁৰ উপৰি, শ্ৰীকান্ঠে জাপানৰ প্ৰতিদ্বন্দী কেন্টা নিশিমট'ক 40 মিনিটৰ যুঁজত 21 - 14, 21 - 13 ছেটত পৰাস্ত কৰে ৷

তেওঁলোকৰ উপৰি, মঙলবাৰে ভাৰতীয় ডাবলছ যুটী স্বাত্বিকছাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে জি. ফেই আৰু নুৰ ইজুদ্দিনৰ যুটীক 21 - 19, 18 - 21, 21 - 19 ছেটত পৰাস্ত কৰে ৷ মিক্সড ডাবলছ শাখাতো প্ৰণৱ চোপ্ৰা আৰু এন. চিক্কী ৰেড্ডীয়ে 25 - 23, 16 - 21, 21 - 19 ছেটত পৰাস্ত কৰে ৰবিন টাবেলিং আৰু ছেলেনা পিয়েকৰ যুটীক ৷

কিন্তু মহিলাৰ ডাবলছ শাখাত অশ্বিনী পোনাপ্পা আৰু এন. চিক্কী ৰেড্ডীৰ যুটীয়ে পৰাজয়ৰ সন্মুখঈন হ'ব লগা হয় ৷ ভাৰতৰ এই যুটীটোক 22 - 20, 20 - 22, 22 - 20 ছেটত পৰাস্ত কৰে ভিভিয়ান হু' আৰু য়াপ ছেং ৱেনে ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.