ETV Bharat / sports

পুনৰ ৰাষ্ট্ৰীয় অভিলেখ অভিনাশ চেবেলৰ - পাঞ্জাৱ

ৰাষ্ট্ৰীয় অভিলেখেৰে বিশ্ব চেম্পিয়নশ্বিপৰ বাবে কোৱালিফাই অভিনাশ চেবেলৰ ৷ 3000 মিটাৰ ষ্টীপলচেজত ভংগ নিজৰে ৰাষ্ট্ৰীয় অভিলেখ ৷

Avinash Sebel
author img

By

Published : Mar 19, 2019, 5:41 AM IST

স্পৰ্টছ ডেস্ক, 19 মাৰ্চঃ পাঞ্জাৱৰ পাটিয়ালত অনুষ্ঠিত হোৱা ফেডাৰেচন কাপত চমক অভিনাশ চেবেলৰ ৷ মঙলবাৰে পুৰুষৰ 3000 মিটাৰ ষ্টীপলচেজত ভংগ কৰিলে স্বয়ং নিজৰে ৰাষ্ট্ৰীয় অভিলেখ ৷ 8:28:94 ছেকেণ্ডেৰে ভংগ কৰিলে পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ৷ ইয়াৰ পূৰ্বে আছিল 8: 29: 80 ছেকেণ্ডেৰ ৰাষ্ট্ৰীয় অভিলেখ ৷ এই সফলতাৰে বিশ্ব চেম্পিয়নশ্বিপতো প্ৰৱেশ কৰিবলৈ সক্ষম হয় মহাৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে ৷

অবিনাশৰ লগতে এই প্ৰতিযোগিতাত হিমাই 400 মিটাৰ দৌৰত আৰু দুতী চান্দে 100 মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে জিনচন জনচন আৰু ৰাজীৱ অৰ’কিয়াই 1500 আৰু 400 মিটাৰ দৌৰত এছিয়া চেম্পিয়নশ্বিপৰ বাবে কোৱালিফাই কৰিবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.