চিটাৰা ডেস্ক,15 জুলাইঃ সোমবাৰৰ পৰা সম্প্ৰচাৰ হৈছে টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক য়ে ৰিস্তা ক্যা কেহলাতা হেৰ নতুন খণ্ড ৷ সম্প্ৰচাৰৰ পিছতে চাৰিওদিশে চৰ্চিত হৈছে ধাৰাবাহিকখনৰ বিষয়ে ৷ কাৰণ শ্বুটিঙৰ সময়খিনিত ধাৰাবাহিকখনৰ কলাকুশলী সকলে অৱলম্বন কৰিছে বিশেষ সাৱধানতা ৷ শ্বুটিঙৰ সময়খিনিত তেওঁলোকে মুখমণ্ডলত মাস্ক আৰু ফেচ ছিল্ড পৰিধান কৰি আছিল ৷ এই কাণ্ডই আচৰিত কৰি তোলে সকলো অনুৰাগীক ৷ কেৱল সেয়াই নহয় একাংশই যথেষ্ট ৰস পাইছে সমগ্ৰ কাণ্ডটোক লৈ ৷ বহুজনে মিম শ্বেয়াৰ কৰিছে ধাৰাবাহিক খনৰ দৃশ্যসমূহক লৈ ৷
অভিনেত্ৰী শিৱাংগী জৌশী আৰু অল্কা কৌশলৰ মুখত দেখা গৈছে মাস্ক আৰু ফেচ ছিল্ড ৷
-
Is this what Star Plus are doing nowadays 😂😭😭😭 pic.twitter.com/l67FcWR5wm
— olishaan (@olishaan) July 13, 2020 " class="align-text-top noRightClick twitterSection" data="
">Is this what Star Plus are doing nowadays 😂😭😭😭 pic.twitter.com/l67FcWR5wm
— olishaan (@olishaan) July 13, 2020Is this what Star Plus are doing nowadays 😂😭😭😭 pic.twitter.com/l67FcWR5wm
— olishaan (@olishaan) July 13, 2020
-
even covid-19 couldn't end ye rishta kya kehlata hai hmm🤔 https://t.co/1qjISok3Ll
— ❌ (@abnitohkabfir) July 14, 2020 " class="align-text-top noRightClick twitterSection" data="
">even covid-19 couldn't end ye rishta kya kehlata hai hmm🤔 https://t.co/1qjISok3Ll
— ❌ (@abnitohkabfir) July 14, 2020even covid-19 couldn't end ye rishta kya kehlata hai hmm🤔 https://t.co/1qjISok3Ll
— ❌ (@abnitohkabfir) July 14, 2020
সম্প্ৰতি ধাৰাবাহিক খনত দেখুওৱা হৈছে যে, লক ডাউনৰ বাবে নায়ৰাৰ পৰিয়ালৰ সমগ্ৰ ব্যৱসায় বন্ধ হৈ পৰিছে ৷ লগতে তেওঁলোকৰ ব্যৱসায় চলিবলৈ ঋণ ল'ব লগা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃকৰ'ণা টেষ্ট কৰিবৰ বাবে অমান্তি হ'ল ৰেখা