নিউজ ডেক্স,৯ মাৰ্চঃপুৰুষ প্ৰধান সমাজত পুৰুষৰ সৈতে প্ৰতিটো ক্ষেত্ৰতে খোজত খোজ মিলাই সমানে সমানে যাব পৰাটো যথেষ্ট প্ৰত্যাহ্বানজনক । আজি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস । ১৯১৪চনৰ পৰাই বিশ্বৰ মহিলাসকলে মাত মাতি আহিছে নিজৰ অধিকাৰৰ বাবে ।চন ১৯৭৫ৰ পৰাই পোন প্ৰথমে আমেৰিকাত আৰু ক্ৰমান্বয়ে দেশে দেশে উদযাপিত হৈ আহিছে নাৰী দিৱস । ব্যতিক্ৰম নহয় আমাৰ ভাৰতবৰ্ষও । মহিলা সৱলীকৰণ তথা মহিলাৰ উন্নতিৰ বাট যথেষ্ট কন্টকময় । সকলোবোৰ প্ৰত্যাহ্বান নেওচি সাহসেৰে নিজক প্ৰতিপন্ন কৰি আহিছে দেশৰ বহু নাৰীয়ে । এই সফলতাক উদযাপন কৰাৰ উদ্দেশ্য ৮ মাৰ্চৰ দিনটোক বিশেষ দিনৰূপে পৰিগণিত কৰিছে নাৰী সমাজে ।
সীমাৰ পৰিধি ভাঙি নাৰীৰ সাফল্য - নাৰী
সোঁতৰ বিপৰীতে যুঁজ দি জিনিলে জগত