ETV Bharat / sitara

ভালে আছে ভিক্টৰ বেনাৰ্জী ! - চ'চিয়েল মিডিয়া

জীয়ৰী কেয়া বেনাৰ্জীয়ে পণ্ডিতে চ'চিয়েল মিডিয়া যোগে দিয়া স্পষ্টীকৰণৰ পাচত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

ভালে আছে ভিক্টৰ বেণাৰ্জী!!
author img

By

Published : Jun 23, 2019, 11:04 PM IST

নিউজ ডেস্ক, ২৩ জুন: ভালে আছে ভিক্টৰ বেনাৰ্জী । চ'চিয়েল মিডিয়াত ভিক্টৰ বেনাৰ্জীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ম্ৰিয়মান হৈ পৰিছিল দেশবাসী । জীয়ৰী কেয়া বেনাৰ্জীয়ে পণ্ডিতে চ'চিয়েল মিডিয়া যোগে দিয়া স্পষ্টীকৰণৰ পাচত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ভিক্টৰ বেনাৰ্জীৰ সন্ধান ওলাল মৰাণ দৃষ্টিহীন বিদ্যালয়ত ৷ বিশিষ্ট অভিনেতাজনৰ মৃত্যুৰ খবৰ পায় শোকত ভাগি পৰিছিল বিদ্যালয়খনৰ কৰ্মকৰ্তা সকল ৷

ETV BHARAT ASSAM
ভালে আছে ভিক্টৰ বেণাৰ্জী!!
ETV BHARAT ASSAM
ভালে আছে ভিক্টৰ বেণাৰ্জী!!
উল্লেখ্য যে, বিশিষ্ট অভিনেতাজনৰ পিতৃয়ে মৰাণ দৃষ্টিহীন বিদ্যালয়খন স্থাপন কৰিছিলে ৷ ইয়াৰ ওপৰিও অভিনেতাজনে অসমৰ বিখ্যাত ছবি চামেলী মেমচাহেবত অভিনয় কৰি অসমৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷

VICTOR BANERJEE FIT AND FINE

ভালে আছে ভিক্টৰ বেণাৰ্জী!!

নিউজ ডেস্ক, ২৩ জনু: ভালে আছে ভিক্টৰ বেনাৰ্জী । চ'চিয়েল মিডিয়াত ভিক্টৰ বেনাৰ্জীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ম্ৰিয়মান হৈ পৰিছিল দেশবাসী । জীয়ৰী কেয়া বেনাৰ্জীয়ে পণ্ডিতে চ'চিয়েল মিডিয়া যোগে দিয়া স্পষ্টীকৰণত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ভিক্টৰ বেনাৰ্জীৰ সন্ধান ওলাল মৰাণ দৃষ্টিহীন বিদ্যালয়ত ৷ বিশিষ্ট অভিনেতাজনৰ মৃত্যুৰ খবৰ পায় শোকত ভাগি পৰিছিল বিদ্যালয়খনৰ কৰ্মকৰ্তা সকল ৷
উল্লেখ্য যে বিশিষ্ট অভিনেতাজনৰ পিতৃয়ে মৰাণ দৃষ্টিহীন বিদ্যালয়খন স্থাপন কৰিছিলে ৷ ইয়াৰ ওপৰিও অভিনেতাজনে অসমৰ বিখ্যাত ছবি চামেলী মেমচাহেবত অভিনয় কৰি অসমৰ দৰ্শকৰ সন জয় কৰিবলৈ সক্ষম হৈছিল ৷ 
1.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.