ডিব্ৰুগড়,13 মাৰ্চঃ অসমীয়াৰ আৱেগ বিজড়িত বহাগৰ বিহুটিক আদৰিবলৈ প্ৰস্তুতি চলি আছে এমাহৰ আগৰ পৰাই ৷ ৰাজ্যৰ ঠায়ে ঠায়ে চলি আছে বিহুৰ আখৰা। অসমৰ ঠায়ে ঠায়ে ডেকা গাভৰু সেয়ে ব্যস্ত হুঁচৰিৰ আখৰাত । বাদ পৰা নাই বোৱাৰী সকলো। ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ হাতীমৰা অঞ্চলত সোণোৱাল সকলৰ বিহুনৃত্য,বিহুনামৰ আখৰাক লৈ ব্যাপক ব্যস্ততা এদল বোৱাৰীৰ ৷
লগতে পঢ়কঃআমেৰিকাত সাহিত্য চৰ্চাত এগৰাকী অসম কন্যা