ETV Bharat / sitara

অসম আৰোগ্য নিধিলৈ কণ্ঠশিল্পী মানস ৰবীনৰ এক লাখ টকাৰ অনুদান

author img

By

Published : Apr 9, 2020, 4:53 PM IST

কণ্ঠশিল্পী মানস ৰবীনে অসম আৰোগ্য নিধিলৈ 1 লাখ টকাৰ অনুদান আগবঢ়ায় । সকলোৱে মিলি এই দুৰ্যোগৰ সময় পাৰ কৰিব পাৰিব বুলিও তেওঁ আশাবাদী বুলি উল্লেখ কৰে ।

singer manash rabin donated fund to assam arogya nidhi

গুৱাহাটী, 9 এপ্ৰিলঃ অসম আৰোগ্য নিধিলৈ 1 লাখ টকাৰ অনুদান আগবঢ়ালে কণ্ঠশিল্পী মানস ৰবীনে । এই মহামাৰীৰ সময়ত ৰাইজৰ কাষত ঠিয় দি সহায় আগবঢ়োৱা দেখি তেওঁ যথেষ্ট অনুপ্ৰাণিত হোৱা বুলি উল্লেখ কৰে । এনে সময়ত ৰাইজৰ হকে কাম কৰা সমূহ চিকিৎসাকৰ্মী, আৰক্ষীৰ লোক আৰু সংবাদকৰ্মীলৈ তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে । এই সময়চোৱাত সমূহ শিল্পীৰে কাম বন্ধ হৈ থকাৰ ফলত তেওঁলোকৰ অৱস্থাও বৰ্তমান ভাল নহয় যদিও, ৰাজ্যৰ এই কঠিন সময়চোৱাত মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰক এতিয়া যিমান টকাৰ প্ৰয়োজন তাৰ তুলনাত তেওঁৰ এই অনুদান তেনেই নগন্য বুলি প্ৰকাশ কৰে শিল্পী গৰাকীয়ে । সকলোৱে মিলি এই দুৰ্যোগৰ সময় পাৰ কৰিব পাৰিব বুলিও তেওঁ আশাবাদী ।

অসম আৰোগ্য নিধিলৈ কণ্ঠশিল্পী মানস ৰবীনৰ এক লাখ টকাৰ অনুদান

লগতে পঢ়কঃ জনপ্ৰিয় কন্ঠশিল্পী গীতালি কাকতিয়ে কি ক'লে সমাগত ব'হাগ বিহু সন্দৰ্ভত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.