ETV Bharat / sitara

শিল্পা ছেট্টী,বিবেক অৱৰয়ে নিজ গৃহলৈ আদৰি আনিলে গণপতিক

author img

By

Published : Sep 2, 2019, 3:02 PM IST

বিবেক অৱৰয়ে ইক'-ফ্ৰেণ্ডলীৰ গণপতি মূৰ্তি আনি আনন্দ-উৎসাহৰ মাজেৰে আয়োজন কৰিছে গণেশ উৎসৱ

শিল্পা ছেট্টী, বিবেক অৱৰয়ে নিজ গৃহলৈ আদৰি আনে গণপতিক

চিটাৰা ডেক্স,2 ছেপ্টেম্বৰঃ বলিউড অভিনেত্ৰী শিল্পা ছেট্টীয়ে মহাৰাষ্ট্ৰ আৰু দেশৰ অন্য প্ৰান্তত বৰ আনন্দ-উৎসাহেৰে পালন কৰা গণেশ উৎসৱৰ শুভক্ষণত ঘৰলৈ আদৰি আনে গণপতিক ৷ দেওবাৰে দুপৰীয়া গণেশ মূৰ্তিৰ সৈতে দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰী শিল্পা চেট্টীক ৷ উল্লেখ্য যে অভিনেত্ৰীগৰাকীয়ে প্ৰতিবছৰে এনেদৰে নিজ গৃহলৈ গণপতিক আদৰি আনে আৰু অতি ধুমধামেৰে উদযাপন কৰে গণেশ চৰ্তুথী উৎসৱ ৷

Shilpa Shetty, Vivek Oberoi welcome Ganpati home

ইয়াৰ মাজতে বিবেক অৱৰয়ে গণপতি উৎসৱৰ প্ৰাক মূৰ্হুতত নতুন গণপতিৰ মূৰ্তি অনা দেখিবলৈ পোৱা গ'ল ৷ উল্লেখ্য যে,অভিনেতা গৰাকীয়ে ইক'-ফ্ৰেণ্ডলী গণপতি মূৰ্তি কিনিলে অভিনেতাগৰাকীয়ে ৷ বিবেকে ক'লে যে,"প্ৰত্যেক বছৰৰ দৰে এই বছৰো মোৰ ওচৰত এজন ইক'-ফ্ৰেণ্ডলী গণপতি বাপ্পা আছে ৷ য'ত কোনো ধৰণৰ কৃত্ৰিম ৰঙৰ প্ৰয়োগ কৰা হোৱা নাই ৷"এইখনিতে জনাই থওঁ যে, গণেশ চৰ্তুথী ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ পুত্ৰ ভগৱান গণেশৰ জন্মৰ প্ৰতীক ৷ এই উৎসৱ উদযাপন কৰা হয় দেশৰ বিভিন্ন প্ৰান্তত ৷

Mumbai, Sep 02 (ANI): Shilpa Shetty and Vivek Oberoi were among the first few Bollywood actors to welcome Lord Ganesha into their homes. Oberoi who is basking in the success of 'PM Narendra Modi' biopic, was spotted with wife Priyanka doing the aarti. "Like every year, this year too I have an eco-friendly Bappa. We are celebrating Ganesh Chaturthi with no toxic paints, no lead paint. It's all-natural as it is good for nature and also for Lord Ganesha's dignity," said Vivek. The actor who is blessed with a daughter Ameyaa described celebrating the festival which is marked by the installation of Ganesh deities and observing rituals. Ace actor Shilpa Shetty was seen welcoming a Ganesha idol into her home with the chants of 'Ganpati Bappa Morya'.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.