ETV Bharat / sitara

টাৱাঙৰ ৰাজপথত মনোমোহা কাৰ্ণিভেল

author img

By

Published : Oct 29, 2019, 6:28 PM IST

দেশ-বিদেশৰ পৰ্যটকৰ সমাহাৰ ঘটিছে সপ্তম টাৱাং মহোৎসৱত

টাৱাং মহোৎসৱ

তেজপুৰ,29 অক্টোবৰঃ সোমবাৰৰ পৰা আৰম্ভ হোৱা সপ্তম টাৱাং মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত কেনথ জাষ্টাৰে এই মহোৎসৱটিৰ উদ্ধোধন কৰে ৷ লগতে তেওঁ মঙলবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকে মনপা ধৰ্ম যাজকসকলৰ বিখ্যাত ৰোড শ্ব'ত ৷ ইতিমধ্যে আৰম্ভ হৈছে ষ্ট্ৰিট কাৰ্ণিভেল ৷ দেশ বিদেশৰ বিভিন্ন পৰ্যটকৰ সমাহাৰ ঘটিছে টাৱাঙৰ ৰাজপথত ৷ মহোৎসৱত অংশগ্ৰহণ কৰি , অৰুণাচল প্ৰদেশৰ মনোৰম দৃশ্য উপভোগ কৰি অভিভূত হৈ পৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত গৰাকী ৷ সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজত দৰ্শকৰ মাজেৰে এনেদৰে আগুৱাই গৈছে " ষ্ট্ৰিট কাৰ্ণিভেল " ৷

Intro:তেজপুৰ,২৯ অক্টোবৰ : সোমবাৰৰ পৰা আৰম্ভ হোৱা ৭ম টাৱাং মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ,কেনট আই জেষ্টাৰে , উদ্ধোধন কৰা এই মহোৎসৱত আজি মঙ্গলবাৰে পুৱা ৰাষ্ট্ৰদূত গৰাকী মুখ্য অতিথি হিটাবে উপস্থিত থাকে বিখ্যাত ৰোড শ্ব মনপা ধৰ্ম যাজক সকলৰ ৷
মহোৎসৱ মুকৱি কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূটজেষ্টাৰে কয় অৰুনাচল প্ৰদেশলৈ আহি এই মনোৰম দৃশ্য উপভোগ কৰি অভিভূত ৷
আৰম্ভ হৈছে এই " ষ্ট্ৰিট কাৰ্নিভেল", উপস্থিত আছে আমেৰিকা যুক্তৰাষ্টৰ ৰাষ্ট্ৰদূত ৷ দেশ বিদেশৰ বিভিন্ন পৰ্যটকৰে ভিৰ কৰিছে টাৱাংৰ ৰাজপথ ৷
Body:এই মহোৎসৱত অৰুণাচল প্ৰদেশৰ মনপা জনগোষ্ঠীয় লোকসকলে বৌদ্ধ ধৰ্মৰ যাজক সমন্বিতে এছিয়াৰ প্ৰসিদ্ধ টাৱাং বৌদ্ধমঠৰ পৰা শোভাযাত্ৰা কৰি উপস্থিত হ'ব মহোৎসৱস্থলীত ।এই মহাৎসৱত প্ৰদৰ্শন কৰা হ'ব য়াক নৃত্য , মনপা ধৰ্মীয় লোকনৃত্য আৰু অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীয় নৃত্য 'আজি লামো ডাঞ্চ' (AJI LHAMU DANCE ) ৷ সম্পূৰ্ন নিৰাপত্তা বেষ্টনীৰ মাজেৰে এই " ষ্ট্ৰিট কাৰ্নিভেল " আগুৱাই গৈছে দৰ্শকৰ মাজেৰে ,এই দৃশ্য উপভোগ কৰক ৷Conclusion:লাইভ ভিজুৱেল টাৱাংৰ ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২৯/১০/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.