ETV Bharat / sitara

হিংসাৰে একো সমাধান নহয়ঃ ৰজনীকান্ত - চুপাৰষ্টাৰ ৰজনীকান্তে

বিভিন্নজন তাৰকাই নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত নিজৰ মন্তব্য ৰখাৰ পিছত,দক্ষিণ ভাৰতীয় তাৰকা ৰজনীকান্তে টুইট যোগে নিজৰ চিন্তা ব্যক্ত কৰি কয় যে,হিংসা কোনো সমস্যাৰে সমাধানা হ'ব নোৱাৰে ৷

Rajinikanth on CAA protest: Violence is not a solution
ৰজনীকান্ত
author img

By

Published : Dec 20, 2019, 8:23 PM IST

Updated : Dec 20, 2019, 9:37 PM IST

চিটাৰা ডেস্ক,20 ডিচেম্বৰঃ চুপাৰষ্টাৰ ৰজনীকান্তে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত নিজৰ মত দাঙি ধৰে চ'ছিয়েল মিডিয়া যোগে ৷ দেশত সংঘটিত হৈ থকা বিভিন্ন হিংসাজনিত ঘটনা সন্দৰ্ভত নিজৰ টুইটাৰ একাউন্ট যোগে অভিনেতাগৰাকীয়ে নিজৰ চিন্তা ব্যক্ত কৰে ৷

ৰজনীকান্ত
ৰজনীকান্ত
তেওঁ টুইট যোগে লিখে, " হিংসা কোনো সমস্যাৰ সমাধান হ'ব নোৱাৰে আৰু কেতিয়াও হ'বও নালাগে ৷ মানুহৰ দেশ প্ৰেম থাকিব লাগে,দেশৰ হিত চিন্তা কৰিব লাগে আৰু নিজৰ মাজত একতা বজাই ৰাখিব লাগে ৷ বৰ্তমান সময়ৰ এই হিংসাৰ স্থিতি দুখজনক ৷ " কিন্তু এইখিনিতে উল্লেখনীয় যে,তেওঁৰ এই মন্তব্যই স্পষ্ট নকৰিলে তেওঁৰ স্থিতি ৷ অৱশ্যে তেওঁ নাগৰিকত্ব সংশোধনী আইন আৰু এন.আৰ.চি সমৰ্থন কৰে নে নকৰে সেই কথা অলপো স্পষ্ট নহ'ল ৷

লগতে পঢ়কঃভাৰত-চীন সীমা বিবাদ: অনুষ্ঠিত 22 সংখ্যক বৈঠক

Intro:Body:

RAJANIKANT PROTEST AGAINST CAA

Conclusion:
Last Updated : Dec 20, 2019, 9:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.