ETV Bharat / sitara

শীঘ্ৰেই মুক্তি পাব পাপনৰ বৰগীত ঘোষা - বৰগীত ঘোষাক প্ৰাৰ্থনা গীতৰ ৰূপত

বুধবাৰে চ'ছিয়েল মিডিয়াযোগে এই কথা ঘোষণা কৰে পাপনে ৷

পাপনৰ বৰগীত ঘোষা
author img

By

Published : Oct 9, 2019, 5:41 PM IST

Updated : Oct 10, 2019, 6:21 PM IST

চিটাৰা ডেস্ক,9 অক্টোবৰঃ পাপনৰ দুবছৰ জোৰা সাধনাৰ অন্তত শ্রোতাৰ বাবে অৱশেষত মুকলি কৰি দিয়া হ'ব বৰগীত ঘোষা ৷ বুধবাৰে চ'ছিয়েল মিডিয়াযোগে এই কথা ঘোষণা কৰে পাপনে ৷ ৰাগ আৰু তালৰ সংমিশ্ৰণ ঘটাই আধ্যাত্মিকতাৰ সোঁত বোৱাৰ অৰ্থে ভক্তিমূলক এই গীতৰ সংকলন অতি শীঘ্ৰেই মুকলি কৰাৰ কথা ঘোষণা কৰে শিল্পীগৰাকীয়ে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 500 বছৰ পুৰণি এই বৰগীত ঘোষাক প্ৰাৰ্থনা গীতৰ ৰূপত জনসাধাৰণৰ মাজলৈ আনিবলৈ দুবছৰ সময়ৰ প্ৰয়োজন হ'ল বুলি জনায় কন্ঠশিল্পীগৰাকীয়ে ৷

papon release a new video
পাপনৰ প'ষ্ট

শুদ্ধ ৰূপত পৰম্পৰাগত পদ্ধতিত প্ৰকৃত মান বজাই ৰাখি এই গীতৰ সংকলন প্ৰস্তুত কৰা হৈছে বুলি এক ভিডিঅ' যোগে জনায় কন্ঠশিল্পীগৰাকীয়ে ৷

papon will release a new video
পাপনৰ ঘোষণা

Intro:Body:

papan to release is new video

Conclusion:
Last Updated : Oct 10, 2019, 6:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.