গুৱাহাটী,9 এপ্ৰিলঃ কৰ'ণাৰ সংক্ৰমণ আৰু আতংকৰ মাজতে সমাগত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি ৷ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাতো এতিয়া অসমীয়াৰ ৰাইজৰ মাজত নাই কোনোধৰণৰ উচাহ ৷ কিয়নো অদৃশ্য শত্ৰু কৰ'ণাৰ বিৰুদ্ধে যুঁজিছে সকলোৱে ৷ গৃহবন্দী হৈ থাকিব লগা হৈছে সকলো মানুহ ৷ শিল্পী সমাজেও অহৰহ সাধাৰণ ৰাইজক সাৱধানে থাকিবলৈ আহ্বান জনাইছে ৷ কন্ঠশিল্পী গীতালি কাকতিয়ে কৰ'ণা সংক্ৰমণ আৰু বিহু সন্দৰ্ভত অসমীয়া ৰাইজক কি ক'লে শুনো আহক.....
জনপ্ৰিয় কন্ঠশিল্পী গীতালি কাকতিয়ে কি ক'লে সমাগত ব'হাগ বিহু সন্দৰ্ভত ? - গীতালি কাকতিয়ে কি ক'লে সমাগত ব'হাগ বিহু সন্দৰ্ভত
কৰ'ণাৰ ভয়াৱহতাৰ মাজতেই সমাগত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি ৷ কিন্ত এইবাৰ বিহুৰ উচাহৰ পৰিৱৰ্তে সকলোৱে যুঁজিছে কৰ'ণাৰ বিৰুদ্ধে ৷ বিহু মঞ্চত গীতেৰে খলকনি তোলা শিল্পীসকল এতিয়া আৱদ্ধ ঘৰৰ ভিতৰত ৷ কি ক'লে কন্ঠশিল্পী গীতালি কাকতিয়ে ?
জনপ্ৰিয় কন্ঠশিল্পী গীতালি কাকতি
গুৱাহাটী,9 এপ্ৰিলঃ কৰ'ণাৰ সংক্ৰমণ আৰু আতংকৰ মাজতে সমাগত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি ৷ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাতো এতিয়া অসমীয়াৰ ৰাইজৰ মাজত নাই কোনোধৰণৰ উচাহ ৷ কিয়নো অদৃশ্য শত্ৰু কৰ'ণাৰ বিৰুদ্ধে যুঁজিছে সকলোৱে ৷ গৃহবন্দী হৈ থাকিব লগা হৈছে সকলো মানুহ ৷ শিল্পী সমাজেও অহৰহ সাধাৰণ ৰাইজক সাৱধানে থাকিবলৈ আহ্বান জনাইছে ৷ কন্ঠশিল্পী গীতালি কাকতিয়ে কৰ'ণা সংক্ৰমণ আৰু বিহু সন্দৰ্ভত অসমীয়া ৰাইজক কি ক'লে শুনো আহক.....
Last Updated : Apr 9, 2020, 12:39 PM IST