ETV Bharat / sitara

জনপ্ৰিয় কন্ঠশিল্পী গীতালি কাকতিয়ে কি ক'লে সমাগত ব'হাগ বিহু সন্দৰ্ভত ?

author img

By

Published : Apr 9, 2020, 12:28 PM IST

Updated : Apr 9, 2020, 12:39 PM IST

কৰ'ণাৰ ভয়াৱহতাৰ মাজতেই সমাগত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি ৷ কিন্ত এইবাৰ বিহুৰ উচাহৰ পৰিৱৰ্তে সকলোৱে যুঁজিছে কৰ'ণাৰ বিৰুদ্ধে ৷ বিহু মঞ্চত গীতেৰে খলকনি তোলা শিল্পীসকল এতিয়া আৱদ্ধ ঘৰৰ ভিতৰত ৷ কি ক'লে কন্ঠশিল্পী গীতালি কাকতিয়ে ?

assamese popular singer geetali kakoti on upcoming  bihu festival
জনপ্ৰিয় কন্ঠশিল্পী গীতালি কাকতি

গুৱাহাটী,9 এপ্ৰিলঃ কৰ'ণাৰ সংক্ৰমণ আৰু আতংকৰ মাজতে সমাগত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি ৷ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাতো এতিয়া অসমীয়াৰ ৰাইজৰ মাজত নাই কোনোধৰণৰ উচাহ ৷ কিয়নো অদৃশ্য শত্ৰু কৰ'ণাৰ বিৰুদ্ধে যুঁজিছে সকলোৱে ৷ গৃহবন্দী হৈ থাকিব লগা হৈছে সকলো মানুহ ৷ শিল্পী সমাজেও অহৰহ সাধাৰণ ৰাইজক সাৱধানে থাকিবলৈ আহ্বান জনাইছে ৷ কন্ঠশিল্পী গীতালি কাকতিয়ে কৰ'ণা সংক্ৰমণ আৰু বিহু সন্দৰ্ভত অসমীয়া ৰাইজক কি ক'লে শুনো আহক.....

Last Updated : Apr 9, 2020, 12:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.