ETV Bharat / sitara

কৰ'ণাত আক্ৰান্ত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী - জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী

কেইবাদিনো ধৰি জ্বৰ কাহত ভুগি আছিল অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী ৷ মঙলবাৰে যোৰহাটত ৰেপিড স্বাৱ টেষ্ট কৰাইছিল অভিনেত্ৰীগৰাকীয়ে ৷ তাৰ পিছতেই COVID-19 পজিটিভ ফলাফল আহে অভিনেত্ৰী গৰাকীৰ ৷

assamese-actress-gitawali-rajkumari-tested-covid-positive-today
জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী
author img

By

Published : Jul 21, 2020, 5:20 PM IST

Updated : Jul 21, 2020, 5:34 PM IST

যোৰহাট,21 জুলাইঃ মহামাৰী কৰ'ণাত আক্ৰান্ত অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী ৷ জানিব পৰা মতে,কেইবাদিনো ধৰি জ্বৰ-কাহত ভুগি আছিল অভিনেত্ৰী গৰাকী ৷

assamese-actress-gitawali-rajkumari-tested-covid-positive-today
জীয়ৰীৰ সৈতে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী

মঙলবাৰে যোৰহাটত ৰেপিড স্বাৱ টেষ্ট কৰোৱাত,COVID পজিটিভ ফলাফল আহে অভিনেত্ৰী গৰাকীৰ ৷ উল্লেখ্য যে,সোমবাৰে অভিনেত্ৰী গৰাকীৰ জ্যেষ্ঠ ভগ্নী ড৹ শুভলক্ষ্মী ৰাজকুমাৰীও আক্ৰান্ত হৈছিল COVID-19ত ৷ ড৹ শুভলক্ষ্মী ৰাজকুমাৰী যোৰহাটৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ৷ আনহাতে অভিনেত্রী গৰাকীৰ কন্যা অনুষ্কা ৰাজকুমাৰীও আক্ৰান্ত COVID-19ত ৷

অভিনেত্ৰী গৰাকীৰ কন্যা অনুষ্কা ৰাজকুমাৰীও আক্ৰান্ত COVID-19ত

লগতে পঢ়কঃজুবিন গাৰ্গ আৰু খগেন গগৈৰ এটা ভাইৰেল ভিডিঅ'...

Last Updated : Jul 21, 2020, 5:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.