ETV Bharat / sitara

পুনৰ ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠিল অসমীয়া

18 জুনত দিল্লীত অনুষ্ঠিত হোৱা মিচেচ ইণ্ডিয়া হোম মেকাৰত অসমৰ কেইবাগৰাকী বোৱাৰীয়ে অংশ লৈ বিজয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই  আনিবলৈ সক্ষম হয় । কিৰন বড়োৰ তত্বাৱধানত অসমৰ বিভিন্ন প্ৰান্তৰ 11 গৰাকী বোৱাৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত 2 গৰাকী বোৱাৰীয়ে এনেদৰে বিজয়ী হৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয় ‌।

ETV BHARAT
author img

By

Published : Jun 20, 2019, 11:45 PM IST

গুৱাহাটী,20 জুন : পুনৰ ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠিল অসমৰ বোৱাৰী । 18 জুনত দিল্লীত অনুষ্ঠিত হোৱা মিচেচ ইণ্ডিয়া হোম মেকাৰত অসমৰ কেইবাগৰাকী বোৱাৰীয়ে অংশ লৈ বিজয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । কিৰন বড়োৰ তত্বাৱধানত অসমৰ বিভিন্ন প্ৰান্তৰ 11 গৰাকী বোৱাৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত 2 গৰাকী বোৱাৰীয়ে এনেদৰে বিজয়ী হৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয় ‌।

আনহাতে অন্য এটা শাখাত ডেইজী বসুমটাৰীয়ে মিছ কুইন ইউনিভাৰ্চৰ খিতাপ দখল কৰে । লগতে চুইটি গয়াৰীয়ে মিচ ইণ্ডিয়া কুইন অৱ কুইন খিতাপ দখল কৰি সুনাম কঢ়িয়াই আনে । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই সফলতাৰ কথা ব্যক্ত কৰে ।

ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠিল অসমৰ বোৱাৰী

Intro:পুনৰ ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠিল অসমৰ বোৱাৰী ।১৮ জুনত দিল্লীত অনুষ্ঠিত হোৱা মিচেচ ইণ্ডিয়া হোম মেকাৰত অসমৰ কেইবাগৰাকী বোৱাৰীয়ে অংশ লৈ বিজয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনে ।কিৰন বড়োৰ তত্বাৱধানত অসমৰ বিভিন্ন প্ৰান্তৰ ১১ গৰাকী বোৱাৰী সেই প্ৰতিযোগিতালৈ গৈ 2 গৰাকী বোৱাৰীয়ে এনেদৰে বিজয়ী হৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয় ‌। আনহাতে অন্য এটা শাখাত ডেইজী বসুমটাৰীয়ে মিছ কুইন ইউনিভাৰ্চৰ খিতাপ দখল কৰে । লগতে চুইটি গয়াৰীয়ে মিচ ইণ্ডিয়া কুইন অৱ কুইন খিতাপ দখল কৰি সুনাম কঢ়িয়াই আনে । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই সফলতাৰ কথা ব্যক্ত কৰে । নিজৰ পৰিয়ালৰ লগত ব্যস্ত থাকিও এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ বোৱাৰী ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.