ETV Bharat / sitara

"ন'টবুক"- এক অগতানুগতিক প্ৰেম কাহিনী

এক অগতানুগতিক প্ৰেম কাহিনী "ন'টবুক"
author img

By

Published : Mar 31, 2019, 10:07 AM IST

নিউজ ডেক্স,৩১ মাৰ্চঃ শেহতীয়াকৈ মুক্তি পালে চলমান খানৰ দ্বাৰা নিৰ্মিত ছবি "ন'টবুক" । চলমান খানৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনে দুখন নতুন মুখ চিনাকী কৰাই দিয়াৰ লগতে দৰ্শকৰ মাজলৈ লৈ আনে এক অগতানুগতিক প্ৰেম কাহিনী ।

ETV_BHARAT_ASSAM
এক অগতানুগতিক প্ৰেম কাহিনী "ন'টবুক"
চলচ্চিত্ৰখনৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে যে কেনেকৈ দুটা শৰীৰ কাষ নচপাকৈয়ে দুটা আত্মাৰ মিলন হ'ব পাৰে ।চলচ্চিত্ৰখনৰ মাধ্যমেদি প্ৰকাশ পাইছে যে , কেৱল শব্দৰ বান্ধোনতো বান্ধ খাব পাৰে প্ৰেমৰ দৰে নিষ্পাপ সম্বন্ধ ।চলচ্চিত্ৰখনত নৱাগত অভিনেতা জহীৰ ইকবালে নিজৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে প্ৰথমবাৰতেই দৰ্শকৰ মনত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে । সেইদৰে সমান্তৰালভাৱে নৱাগত অভিনেত্ৰী প্ৰনোতনে নিজৰ মননশীল অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছে ।
ETV_BHARAT_ASSAM
এক অগতানুগতিক প্ৰেম কাহিনী "ন'টবুক"

কাশ্মীৰত শ্বুটিং কৰা চলচ্চিত্ৰখনৰ দৃশ্যাংশসমূহো যথেষ্ট মনপৰশা । মুখ্য চৰিত্ৰ কেইটাৰ উপৰিও কনমানি অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়ো যথেষ্ট সুন্দৰ হৈছে ।

ETV_BHARAT_ASSAM
এক অগতানুগতিক প্ৰেম কাহিনী "ন'টবুক"
মুঠৰ ওপৰত দৰ্শকক গতানুগতিক মানদণ্ডৰ পৰা আঁতৰি কিছু পৃথক ধৰণৰ সোৱাদ দিবলৈ সক্ষম হৈছে চলমানখানৰ ন'টবুকে ।

NOTEBOOK MOVIE REVIEW 
এক অগতানুগতিক প্ৰেম কাহিনী "ন'টবুক"

এযোৰ প্ৰেমিক যুগলে কোনো দিনে লগ নোপোৱাকৈ কেৱল শব্দৰ গভীৰ বান্ধোনত বান্ধ খোৱাৰ কাহিনীয়েই ন'টবুক 

নিউজ ডেক্স,৩১ মাৰ্চঃ শেহতীয়াকৈ মুক্তি পালে চলমান খানৰ দ্বাৰা নিৰ্মিত ছবি  "ন'টবুক" ।  চলমান খানৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনে দুখন নতুন মুখ চিনাকী কৰাই দিয়াৰ লগতে  দৰ্শকৰ মাজলৈ লৈ আনে এক অগতানুগতিক প্ৰেম কাহিনী । চলচ্চিত্ৰখনৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে যে কেনেকৈ দুটা শৰীৰ কাষ নচপাকৈয়ে দুটা আত্মাৰ মিলন হ'ব পাৰে ।চলচ্চিত্ৰখনৰ মাধ্যমেদি  প্ৰকাশ পাইছে যে , কেৱল শব্দৰ বান্ধোনতো বান্ধ খাব পাৰে প্ৰেমৰ দৰে নিষ্পাপ সম্বন্ধ । 

চলচচ্চিত্ৰখনত নৱাগত অভিনেতা জহীৰ ইকবালে নিজৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে দৰ্শকৰ মনত প্ৰথমবাৰতেই প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে । সেইদৰে সমান্তৰালভাৱে  নৱাগত অভিনেত্ৰী প্ৰনোতনে নিজৰ মননশীল অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছে । 

কাশ্মীৰত শ্বুটিং কৰা চলচ্চিত্ৰখনৰ দৃশ্যাংশসমূহো যথেষ্ট মনপৰশা । মুখ্য চৰিত্ৰ কেইটাৰ উপৰও  কনমানি অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়ো যথেষ্ট সুন্দৰ হৈছে । মুঠৰ ওপৰত দৰ্শকক গতানুগতিক মানদণ্ডৰ পৰা আঁতৰি কিছু পৃথক ধৰণৰ সোৱাদ দিবলৈ সক্ষম হৈছে চলমানখানৰ ন'টবুকে ।  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.