ETV Bharat / sitara

নিষিদ্ধ ৱেবচাইট ‘আমাজন ফৰ ড্ৰাগছ’ক লৈ নিৰ্মাণ চিল্ক ৰোড

author img

By

Published : Mar 3, 2021, 1:36 PM IST

In 2011, a San Francisco man created an underground drug-selling website that became so popular it was 2011 বৰ্ষত চাম ফ্ৰাঞ্চিস্কোৰ এগৰাকী ব্যক্তিয়ে আণ্ডাৰ গ্ৰাউণ্ড ড্ৰাগছ ব্যৱসায়ৰ বাবে এক ৱেবচাইট সৃষ্টি কৰিছিল ৷ এই ৱেবচাইট ইমানেই জনপ্ৰিয় হৈ পৰে যে, পৰৱৰ্তী সময়ত ই ‘আমাজন ফৰ ড্ৰাগছ’ বুলি জনাজাত হৈ পৰে ৷

Silk Road star Nick Robinson recalls when classmates used 'Amazon for drugs'
নিসিদ্ধ ৱেবচাইট ‘আমাজন ফৰ ড্ৰাগছ’ৰ ওপৰত নিৰ্মাণ হ’ল ‘চিল্ক ৰোড’

চিটাৰা ডেস্ক, 3 মাৰ্চ: 2011 বৰ্ষত চাম ফ্ৰাঞ্চিস্কোৰ এগৰাকী ব্যক্তিয়ে আণ্ডাৰগ্ৰাউণ্ড ড্ৰাগছ ব্যৱসায়ৰ বাবে এক ৱেবচাইট সৃষ্টি কৰিছিল ৷ এই ৱেবচাইট ইমানেই জনপ্ৰিয় হৈ পৰে যে, পৰৱৰ্তী সময়ত ই ‘আমাজন ফৰ ড্ৰাগছ’ বুলি জনাজাত হৈ পৰে ৷

ইয়াৰ দুবছৰ পিছতেই এফ বি আইয়ে ৱেবচাইটটো বন্ধ কৰি দিয়ে ৷ লগতে ইয়াৰ গৰাকীকো পেৰল বিহীনভাৱে আজীৱন কাৰাবাসলৈ প্ৰেৰণ কৰা হয় ৷

এই কাহিনীৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণ কৰা হৈছে হলীউডৰ এখন নতুন ছবি ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জেছন ক্লাৰ্ক আৰু নিক ৰবিনছনে ৷ 25 বৰ্ষীয় অভিনেতা গৰাকীয়ে কয়, ছবিখনৰ কাহিনীভাগৰ পূৰ্বে তেওঁ এই ৱেবচাইট সন্দৰ্ভত অৱগত আছিল ৷ কাৰণ তেওঁৰ এগৰাকী বন্ধুৱেও এই ৱেবচাইটৰ জৰিয়তে ড্ৰাগছ ক্ৰয় কৰিছিল ৷

লগতে পঢ়ক-‘তখত’ৰ শ্বুটিঙৰ সম্ভাৱনা: ঘোঁৰা চালনাৰ প্ৰশিক্ষণ লৈছে বিকি কৌশলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.