ETV Bharat / sitara

মাধুৰী আৰু মুন্নাভাইৰ কলংক

author img

By

Published : Mar 17, 2019, 12:35 AM IST

'কলংক'ৰ আন দুখন পোষ্টাৰ মুকলি ৷ মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্তৰ লগতে কলংক'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে , বৰুণ ধাৱান, সোণাক্ষী সিনহা, আলিয়া ভাট, আৰু আদিত্য ৰায় কাপুৰে ৷

'কলংক'ৰ আন দুখন পোষ্টাৰ মুকলি

নিউজ ডেস্ক, 16 মাৰ্চ : মুকলি হ'ল অভিষেক বৰ্মনৰ পৰিচালনাত নিৰ্মিত ছবি 'কলংক'ৰ আন দুখন পোষ্টাৰ ৷ পোষ্টাৰ দুখনত বাহাৰ বেগম নামৰ এক চৰিত্ৰত মাধুৰী দিক্ষীতকদেখা পোৱাৰ বিপৰিতে বলৰাজ চৌধুৰী নামৰ এক চৰিত্ৰত দেখা গ'ল সঞ্জয় দত্তক ৷ চলিত বৰ্ষৰ 17 এপ্ৰিলত ছবিগৃহলৈ আহিব ছবিখন ৷

অভিষেক বৰ্মনে ছবিখনৰ পৰিচালনা কৰাৰ বিপৰিতে প্ৰযোজনা কৰিছে কৰণ জোহৰ, ছাজিদ নাডিয়াৱালা, হিৰু য়ছ জোহৰ আৰু অপূৰ্ব মেহেতাই । মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্তৰ লগতেকলংক'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে , বৰুণ ধাৱান, সোণাক্ষী সিনহা, আলিয়া ভাট, আৰু আদিত্য ৰায় কাপুৰে ৷ ছবি সমালোচক তথা বাণিজ্যিক বিশ্লেষক তৰণ আদৰ্শে টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য৷ উল্লেখ্য যে, চল্লিশৰ দশকৰ প্ৰেক্ষাপটক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন। ছবিখনত আলিয়া ভাটক ৰূপৰ চৰিত্ৰৰ লগতে বৰুণ ধাৱনক দেখা যাব জাফাৰৰ ৰূপত । একেদৰে, দেৱ চোধুৰীৰ চৰিত্ৰত অভিনয় কৰিব আদিত্য ৰায় কাপুৰে । সমান্তৰালভাৱে, ডাবাং গাৰ্ল নামে পৰিচিত সোণাক্ষী সিনহাক সত্য চৌধুৰীৰ ৰূপত দেখা যাব ।

New poster of Kalank

'কলংক'ত বলৰাজ চৌধুৰীৰ ৰূপত মুন্নাভাই

নিউজ ডেস্ক, 16 মাৰ্চ : মুকলি হ'ল অভিষেক বৰ্মনৰ পৰিচালনাত নিৰ্মিত ছবি 'কলংক'ৰ আন দুখন পোষ্টাৰ ৷ পোষ্টাৰদুখনত বাহাৰ বেগম নামৰ এক চৰিত্ৰত  Madhuri Dixitক দেখা পোৱাৰ বিপৰিতে বলৰাজ চৌধুৰী নামৰ এক চৰিত্ৰত দেখা গ'ল সঞ্জয় দত্তক ৷ চলিত বৰ্ষৰ 17 এপ্ৰিলত ছবিগৃহলৈ আহিব ছবিখন ৷

অভিষেক বৰ্মনে ছবিখনৰ পৰিচালনা কৰাৰ বিপৰিতে প্ৰযোজনা কৰিছে কৰণ জোহৰ, ছাজিদ নাডিয়াৱালা, হিৰু য়ছ জোহৰ আৰু অপূৰ্ব মেহেতাই । মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্তৰ উপৰিও কলংক'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে , বৰুণ ধাৱনসোণাক্ষী সিনহা, আলিয়া ভাট, আৰু আদিত্য ৰায় কাপুৰে ৷ ছবি সমালোচক তথা বাণিজ্যিক বিশ্লেষক তৰণ আদৰ্শে টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য৷  উল্লেখ্য যে, চল্লিশৰ দশকৰ প্ৰেক্ষাপটক লৈ নিৰ্মাণ হৈছে ছবিখনৰ কাহিনীভাগ । ছবিখনত আলিয়া ভাটক ৰূপৰ চৰিত্ৰত  পোৱাৰ লগতে বৰুণ ধাৱনক দেখা যাব জাফাৰৰ ৰূপত । একেদৰে, দেৱ চোধুৰীৰ চৰিত্ৰত অভিনয় কৰিব আদিত্য ৰায় কাপুৰে । সমান্তৰালভাৱে, ডাবাং গাৰ্ল নামে পৰিচিত সোণাক্ষী সিনহাক সত্য চৌধুৰীৰ ৰূপত দেখা যাব । 

key- New poster of Kalank, Directed by Abhishek Varman, 17 April 2019 release, Varun Dhawan, Madhuri Dixit,  Karan Johar, Sajid Nadiadwala, Hiroo Yash Johar, Apoorva Mehta, Sonakshi Sinha, Fox Star Studio, Alia Bhatt, Sanjay Dutt,  Aditya Roy Kapur,  Set in the 1940s
collage.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.