ETV Bharat / sitara

তাপসী পান্নুৰ প্ৰশংসাত পঞ্চমুখ দৰ্শক

সকলোৱে প্ৰশংসা কৰিছে অভিনেত্ৰীগৰাকীৰ দুৰ্দান্ত অভিনয়ক । চিনেমাখনৰ জৰিয়তে নতুনত্বৰ সোৱাদ লাভ কৰাৰ লগতে ছবিখনত কৰা সম্পৰীক্ষা সফল হোৱা বুলি মন্তব্য কৰিছে দৰ্শকসকলে ৷

author img

By

Published : Jun 16, 2019, 11:30 AM IST

তাপসী পান্নুৰ প্ৰশংসাত পঞ্চমুখ দৰ্শক

নিউজ ডেক্স,১৬ জুনঃ ১৪ জুনত মুক্তি পোৱা তাপসী পান্নু অভিনীত বহু প্ৰত্যাশিত ছবি 'গেম অভাৰে' দৰ্শকৰ পৰা আশাপ্ৰদ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । সকলোৱে প্ৰশংসা কৰিছে অভিনেত্ৰীগৰাকীৰ দুৰ্দান্ত অভিনয়ক । চিনেমাখনৰ জৰিয়তে নতুনত্বৰ সোৱাদ লাভ কৰাৰ লগতে ছবিখনত কৰা সম্পৰীক্ষা সফল হোৱা বুলি মন্তব্য কৰিছে দৰ্শকসকলে ৷

তাপসী পান্নুৰ শেহতীয়াকৈ মুক্তি প্ৰাপ্ত গেম অভাৰ চলচ্চিত্ৰত সুন্দৰ অভিনয়ৰে অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে ।

নিউজ ডেক্স,১৬ জুনঃ ১৪ জুনত মুক্তি পোৱা  তাপসী পান্নু অভিনীত বহু প্ৰত্যাশিত ছবি গেম অভাৰে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । সকলোৱে প্ৰশংসা কৰিছে অভিনেত্ৰীগৰাকীৰ সৱল অভিনয়ৰাজিক । সকলোৱে চিনেমাখনৰ জৰিয়তে নতুনত্বৰ সোৱাদ পাইছে । চলচ্চিত্ৰখন সম্পৰীক্ষামূলক বুলি একেমুখে  স্বীকাৰ কৰিছে সকলো দৰ্শকে  । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.