ETV Bharat / sitara

মমতা বেনাৰ্জীৰ 'বাঘিনী' ত নিৰ্বাচন আয়োগৰ বাধা - assam news

লোকসভা নিৰ্বাচন প্ৰাকক্ষণত নিৰ্বাচন আচৰণবিধি উলংঘা কৰাৰ ৰোষত নিৰ্বাচন আয়োগে 'পি এম নৰেন্দ্ৰ মোডী' মুক্তিত বাধা আৰোপ কৰাৰ পাচত এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত আধাৰিত বায়'পিক 'বাঘিনী'ৰ ট্ৰেইলাৰ বন্ধ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ নিৰ্বাচন আয়োগৰ অভিযোগ অনুসৰি চেঞ্চৰ ব'ৰ্ডৰ পৰা প্ৰমাণ পত্ৰ গ্ৰহণ কৰা নাই ছবিখনে ৷

মমতা বেনাৰ্জীৰ 'বাঘিনী'
author img

By

Published : Apr 26, 2019, 1:06 AM IST

নিউজ ডেস্ক, 25 এপ্ৰিলঃ বলিউডত এতিয়া বায়'পিকৰ ট্ৰেণ্ড ৷ এখনৰ পাচত আন এখন বায়'পিক নিৰ্মাণ হৈছে বলিউডত৷ বলিউডৰ তাৰকাকে ধৰি বহুজন খেলুৱৈৰ ওপৰত বায়ে'পিক নিৰ্মাণ কৰাৰ পাচত শেহতীয়াকৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ওপৰতো বায়'পিক নিৰ্মাণ কৰিছে ছবি নিৰ্মাতাই ৷ কিন্তু লোকসভা নিৰ্বাচন প্ৰাকক্ষণত নিৰ্বাচন আচৰণবিধি উলংঘা কৰাৰ ৰোষত নিৰ্বাচন আয়োগে 'পি এম নৰেন্দ্ৰ মোডী' মুক্তিত বাধা আৰোপ কৰাৰ পাচত এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত আধাৰিত বায়'পিক 'বাঘিনী'ৰ ট্ৰেইলাৰ বন্ধ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ নিৰ্বাচন আয়োগৰ অভিযোগ অনুসৰি চেঞ্চৰ ব'ৰ্ডৰ পৰা প্ৰমাণ পত্ৰ গ্ৰহণ কৰা নাই ছবিখনে ৷

আৰু পঢ়ক: লোকসভা নিৰ্বাচনৰ পাচতে ঘোষণা কৰা হ'ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

তাৰোপৰি নিৰ্বাচন আয়োগে ছবিখন সন্দৰ্ভত কয়,চেঞ্চৰ বৰ্ডে এতিয়ালৈকে ছবিখনক ফাৰ ফিল্ম ছাৰ্টিফিকেট প্ৰদান কৰা নাই ৷ তাৰ পাচতো ছবিখনৰ ট্ৰেইলৰ দেখাই আছে ছবি নিৰ্মাতাই ৷ যাৰ বাবে ছবিখনৰ ওপৰত অভিযোগ দাখিল হোৱাৰ পাচতে নিৰ্বাচন আয়োগে তদন্ত কৰিবলৈ আৰম্ভ কৰে ৷

উল্লেখ্য যে, 10 এপ্ৰিলত নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি, যিকোনো বায়ো'পিক কোনো ৰাজনীতিক দল বা ৰাজনৈতিক নেতাৰ গুণগান কৰে তেনে বায়'গ্ৰাফি বা হেজিঅগ্ৰাফী ৰূপত মুক্তি লাভ নকৰিব ৷ সেই নিৰ্দেশ মৰ্মে প্ৰধানমন্ত্ৰী মোডীৰ জীৱন ভিত্তিত নিৰ্মিত 'পীএম নৰেন্দ্ৰ মোডী' মুক্তি লাভৰ এক দিন পূৰ্বে নিষেধজ্ঞা জাৰি কৰে নিৰ্বাচন আয়োগে৷

Intro:Body:

mamta banarjee biopic baghini trailer banned by election commission

মমতা বেনাৰ্জীৰ 'বাঘিনী' ত নিৰ্বাচন আয়োগৰ বাধা 

body: নিউজ ডেস্ক, 25 এপ্ৰিলঃ বলিউড এতিয়া বায়ো'পিকৰ ট্ৰেণ্ড ৷ এখনৰ পাচত আনএখন বায়ো'পিক নিৰ্মাণ হৈছে বলিউড ৷ বলিউডৰ তাৰকাকে ধৰি বহুজন খেলুৱৈৰ ওপৰত বায়ো'পিক নিৰ্মাণ কৰাৰ পাচত শেষতীয়াকৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ওপৰতো বায়'পিক নিৰ্মাণ কৰিছে ছবি নিৰ্মাতাই ৷ কিন্তু লোকসভা নিৰ্বাচন প্ৰাকক্ষণত নিৰ্বাচন নীতি উলংঘা কৰাৰ ৰোষত নিৰ্বাচন আয়োগে 'পী এম নৰেন্দ্ৰ মোডী' মুক্তিত বাধা আৰোপ কৰাৰ পাচত এইবাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত আধাৰিত বায়ো'পিক 'বাঘিনী'ৰ ট্ৰেইলৰ বন্ধ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ নিৰ্বাচন আয়োগৰ ছবিখনৰ ওপৰত অভিযোগ, চেণ্ট্ৰল বৰ্ড অফ ফিল্ম চাৰ্টিফিকেচন চমুকৈ চেঞ্চৰ বৰ্ডৰ পৰা প্ৰমাণ পত্ৰ গ্ৰহণ কৰা নাই ছবিখনে ৷ 

তাৰোপৰি নিৰ্বাচন আয়োগে ছবিখন সন্দৰ্ভত কয়,চেঞ্চৰ বৰ্ডে এতিয়ালৈকে ছবিখনক ফাৰ ফিল্ম ছাৰ্টিফিকেট প্ৰদান কৰা নাই ৷ তাৰ পাচতো ছবিখনৰ ট্ৰেইলৰ দেখাই আছে ছবি নিৰ্মাতাই ৷ যাৰ বাবে ছবিখনৰ ওপৰত অভিযোগ দাখিল হোৱাৰ পাচতে নিৰ্বাচন আয়োগে তদন্ত কৰিবলৈ আৰম্ভ কৰে ৷ 

উল্লেখ্য যে, 10 এপ্ৰিলত নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি, যিকোনো বায়ো'পিক কোনো ৰাজনীতিক দল বা ৰাজনৈতিক নেতাৰ গুণগান কৰে তেনে বায়'গ্ৰাফি বা হেজিঅগ্ৰাফী ৰূপত মুক্তি লাভ নকৰিব ৷ সেই নিৰ্দেশ মৰ্মে প্ৰধানমন্ত্ৰী মোডীৰ জীৱন ভিত্তিত নিৰ্মিত 'পীএম নৰেন্দ্ৰ মোডী' মুক্তি লাভৰ এক দিন পূৰ্বে নিষেধজ্ঞা জাৰি কৰে নিৰ্বাচন আয়োগে৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.