চিটাৰা ডেস্ক, 26 মে’: বলিউড ছবি পৰিচালক কৰণ জোহৰৰ বাসগৃহৰ অট্টালিকাৰ দুজন লোকৰ দেহত কৰ’ণা পজিটিভ পোৱাৰ পিছত কৰণ জোহৰৰ মাতৃ হিৰো জোহৰে ছেনিটাইজেশ্বন প্ৰক্ৰিয়াৰ দ্বাৰা দিন অতিবাহিত কৰা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে ৷
- — Karan Johar (@karanjohar) May 25, 2020 " class="align-text-top noRightClick twitterSection" data="
— Karan Johar (@karanjohar) May 25, 2020
">— Karan Johar (@karanjohar) May 25, 2020
- " class="align-text-top noRightClick twitterSection" data="
">
উক্ত ভিডিঅ’টিত 77 বছৰীয়া হিৰো জোহৰে কোৱাৰেন্টাইনৰ সকলো নীতি-নিয়ম পালন কৰা দেখা গৈছে ৷ আনকি কৰণ জোহৰৰ গোটেই পৰিয়ালটোৱে কোভিড-19ৰ টেষ্ট লোৱা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে তেওঁলোকৰ তেজৰ নমুনাৰ ফলাফল নিগেটিভ আহিছে ৷ ইয়াৰ লগতে আগন্তুক 14 দিন জোহৰ পৰিয়ালে নিজ বাসগৃহতে আইশ্ব’লেশ্যনত থাকিব বুলি সূত্ৰই জানিবলৈ দিয়ে ৷