ETV Bharat / sitara

ছবিগৃহলৈ আহি আছে অমিতাভ বচ্চনৰ নতুন ছবি 'ঝুণ্ড' - JHUND releasing

18 জুনক মুক্তি পাব অমিতাভ বচ্চনৰ নতুন ছবি 'ঝুণ্ড' ৷ ছবিখন পৰিচালনা কৰিছে নাগৰাজ মানজুলিয়ে ৷

JHUND releasing 18th June
ছবিগৃহলৈ আহি আছে অমিতাভ বচ্চনৰ নতুন ছবি 'ঝুণ্ড'
author img

By

Published : Feb 19, 2021, 10:29 PM IST

নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী : 18 জুনক মুক্তি পাব অমিতাভ বচ্চনৰ নতুন ছবি 'ঝুণ্ড' ৷ ছবিখন পৰিচালনা কৰিছে নাগৰাজ মানজুলিয়ে ৷

শুকুৰবাৰে এক টুইটযোগে এই কথা ঘোষণা কৰে বিগ বি অমিতাভ বচ্চনে ৷ টুইট অমিতাভ বচ্চনে লিখে, ' কভিডে চিনেমা নিৰ্মাতা সকলৰ বাবে বিপৰ্যয় কঢ়িয়াই আনিছিল ৷ এতিয়া আমি আকৌ চিনেমা ক্ষেত্ৰখনলে উভতি আহিছো ৷ মোৰ নতুন ছবি 'ঝুণ্ড' অহা 18 জুনত মুক্তি লাভ কৰিব ৷'

লগতে পঢ়ক: ৰাইজক টেঙা আম খোৱাই বিজেপিয়ে 100+ ৰ লক্ষ্য বান্ধিছে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.