ETV Bharat / sitara

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্নৰ বাবে মনোনীত জেৰিফা ৱাহিদ

author img

By

Published : Jul 18, 2019, 9:46 PM IST

বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ ছবি "ভগা খিৰিকী"ত কৰা অভিনয়ৰ বাবে অভিনেত্ৰী জেৰিফা ৱাহিদে লাভ কৰিছে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ন, 2019 ৰ মনোনয়ন

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্নৰ বাবে মনোনয়ন লাভ জেৰিফা ৱাহিদ

গুৱাহাটী, 18 জুলাইঃ অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ । অহা 9 আগষ্টৰ পৰা 17 আগষ্টলৈ মেলবৰ্নত অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ন, 2019 ৰ বাবে মনোনয়ন লাভ কৰিছে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে । বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ ছবি "ভগা খিৰিকী"ত কৰা অভিনয়ৰ বাবে অভিনেত্ৰী গৰাকীয়ে লাভ কৰিছে এই মনোনয়ন ৷ উল্লেখযোগ্য যে , জেৰিফা ৱাহিদৰ লগতে মনোনয়নৰ এই দৌৰত আছে বলিউডৰ অভিনেত্ৰী টাবু, আলিয়া ভাট, বেংগলী অভিনেত্ৰী ঋতুপৰ্না সেনগুপ্তা, নীনা গুপ্তা আৰু লাডাকৰ অভনেত্ৰী জিগমেট ডেৱা লামে ।

Intro:ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণ 2019 ৰ বাবে অভিনেত্ৰী জেৰিফা ৱাহিদে মনোনয়ন লাভ কৰিছে ৷Body:অসমীয়া চলচিত্ৰ উদ্যোগলৈ আহিল এটি সুখৱৰ৷ চলিত বৰ্ষত মেলবৰ্নত অনুষ্ঠিত হব লগা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ন 2019 ৰ বাবে মনোনয়ন লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে ৷ মনোনয়নৰ এই দৌৰত জেৰিফা ৱাহিদৰ লগত আছে বলিউডৰ অভিনেত্ৰী টাবু, আলিয়া ভাট, বেংগলী অভিনেত্ৰী ঋতুপৰ্না সেনগুপ্তা, নীনা গুপ্তা আৰু লাডাকৰ অভনেত্ৰী জিগমেট ডেৱা লামে ৷ জেৰিফা ৱাহিদে বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ ভগা খিৰিকিত কৰা অভিনয়ৰ বাবে পাইছে এই মনোনয়ন ৷ উল্লেখ্য যে এই মহেৎসৱ 9 আগষ্টৰ পৰা 17 আগষ্টলৈ অনুষ্ঠিত হব ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.