ETV Bharat / sitara

শ্ৰেষ্ঠ চলচিত্ৰৰ বঁটা ‘গলী-বয়’ৰ

author img

By

Published : Aug 9, 2019, 10:44 PM IST

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলৱৰ্ণত উজলিল বলিউডৰ ছবি গলী-বয় ৷ ছবিখনে সৰ্বশ্ৰেষ্ঠ চলচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে ‘বুলবুল কেন ছিং’ ছবিখনে শ্ৰেষ্ঠ ইণ্ডি ছবি আৰু অন্ধাধুন ছবিখনৰ বাবে শ্ৰীৰাম ৰাঘৱনে লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ নিৰ্দেশকৰ বঁটা ৷

শ্ৰেষ্ঠ চলচিত্ৰৰ বঁটা ‘গলী-বয়’ৰ

নিউজ ডেস্ক, 9 আগষ্টঃ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলৱৰ্ণত উজলিল ৰণবীৰ সিং আৰু আলিয়া ভট্টৰ অভিনীত ছবি গলী-বয় ৷ ছবিখনে লাভ কৰিবলৈ সক্ষম হয় শ্ৰেষ্ঠ চলচিত্ৰৰ বঁটা ৷ এই পুৰস্কাৰ লাভ কৰাৰ পাচতেই ছবিখনৰ নিৰ্দেশক জয়া আখতাৰে প্ৰকাশ কৰে, মই এই বঁটা লাভ কৰি যথেষ্ট উৎসাহিত হৈছো ৷ এই সন্ধিয়া মই কেতিয়াও পাহৰিব নোৱাৰো ৷ নিৰ্মাতা হিচাপে এইয়া তেখেতৰ জীৱনৰ প্ৰথমটো পুৰস্কাৰ বুলি উল্লেখ কৰে জয়া আখতাৰে ৷ এই মহোৎৱত বঁটা লাভ কৰা অন্যান্য তাৰকা সকল হৈছে শ্বাহৰুখ খান, টাবু ৷

Winner of the IFFM2019 'Best Actress' award is the talented and gorgeous #Tabu .

Thanks for years of incredible performances and memories. @filmvic @visitmelbourne @visitvictoria | #IFFM2019AWARDSNIGHT #IFFM2019 #InclusiveScreenCulture #filmvic #tabu pic.twitter.com/4DMTYcdhOW

— @IFFM (@IFFMelb) August 8, 2019 ">

নিউজ ডেস্ক, 9 আগষ্টঃ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলৱৰ্ণত উজলিল ৰণবীৰ সিং আৰু আলিয়া ভট্টৰ অভিনীত ছবি গলী-বয় ৷ ছবিখনে লাভ কৰিবলৈ সক্ষম হয় শ্ৰেষ্ঠ চলচিত্ৰৰ বঁটা ৷ এই পুৰস্কাৰ লাভ কৰাৰ পাচতেই ছবিখনৰ নিৰ্দেশক জয়া আখতাৰে প্ৰকাশ কৰে, মই এই বঁটা লাভ কৰি যথেষ্ট উৎসাহিত হৈছো ৷ এই সন্ধিয়া মই কেতিয়াও পাহৰিব নোৱাৰো ৷ নিৰ্মাতা হিচাপে এইয়া তেখেতৰ জীৱনৰ প্ৰথমটো পুৰস্কাৰ বুলি উল্লেখ কৰে জয়া আখতাৰে ৷ এই মহোৎৱত বঁটা লাভ কৰা অন্যান্য তাৰকা সকল হৈছে শ্বাহৰুখ খান, টাবু ৷

ENTERTAINMENT)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.