ETV Bharat / sitara

"আমিষ" সন্দৰ্ভত বলিউডৰ পৰিচালকৰ মন্তব্য - Bollywood film maker wishing AMIS team

কি অসম , কি মুম্বাই সকলোতে আমিষৰ প্ৰচাৰৰ বাবে উঠি পৰি লাগিছে ছবিখনৰ কলা-কুশলী ৷ বাইক ৰেলি বা ৰড শ্ব' ৰে নহয় বচা বচা কলেজ আৰু বিশ্ববিদ্যালয়ত ছবি সম্পৰ্কীয় কথাৰ একো একোটা ক্লাছেৰে প্ৰচাৰ কৰা হৈছে ছবি খনৰ।

"আমিষ"
author img

By

Published : Nov 22, 2019, 4:26 AM IST

গুৱাহাটী, 22 নৱেম্বৰ: 22 নৱেম্বৰত মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত ছবি আমিষলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে বলিউডৰ বহু কেইজন ছবি নির্মাতাই। ছবিখনৰ কাহিনী আৰু ছবিখনৰ বিষয়বস্তু সম্পূৰ্ণ পৃথক বুলি কোৱাৰ লগতে ছবি নিৰ্মাতা সকলে এনে ছবি ভাৰতীয় ছবি জগতৰ ইতিহাসত ইয়াৰ পূৰ্বে দেখা নাই বুলি মন্তব্য কৰে ছবি নিৰ্মাতা শ্ৰীৰাম ৰাঘৱন্ত, বিক্ৰমাদিত্য মোটৱানী আৰু অনুৰাগ কাশ্যপে ৷

Intro:22 নৱেম্বৰত মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত ছবি আমিষ ছবিয়ে। ছবি খন ছবিগৃহলৈ অহাৰ আগত ব্যাপক ৰূপত প্ৰচাৰ চলি আছে ছবি খনৰ। কি অসম , কি মুম্বাই সকলোতে ছবি খনৰ প্ৰচাৰৰ বাবে উঠি পৰি লাগিছে। ব্যতিক্ৰমী ছবিখনৰ প্ৰচাৰো কৰা হৈছে ব্যতিক্ৰম ভাৱে। বাইক ৰেলি বা ৰড শ্ব' ৰে নহয় বচা বচা কলেজ আৰু বিশ্ববিদ্যালয়ত ছবি সম্পৰ্কীয় কথাৰ একো একো টা ক্লাছেৰে প্ৰচাৰ কৰা হৈছে ছবি খনৰ। Body:ছবি খনৰ বাবে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে বলিউডৰ বহু কেইজন ছবি নির্মাতাই। ছবি খনৰ কাহিনী আৰু ছবিৰ বিষয় বস্তু সম্পূৰ্ণ পৃথক বুলি কোৱাৰ লগতে ছবি নিৰ্মাতা সকলে এনে ছবি ভাৰতীয় ছবি জগতৰ ইতিহাসত ইয়াৰ পূৰ্বে দেখা নাই বুলি মন্তব্য কৰিছে। ছবি নিৰ্মাতা শ্ৰীৰাম ৰাঘৱন্ত, বিক্ৰমাদিত্য মোটৱানী আৰু অনুৰাগ কাশ্যপে কলে আমিষ ছবি খনৰ বিষয়ে বহু কথা। Conclusion:এতিয়া ছবি খন মুক্তিৰ পিছত দৰ্শকে কেনেদৰে আদৰি লব ছবি খন সেইয়া লক্ষণীয় হব।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.