চিটাৰা ডেস্ক, 21 মে’: ছবি নিৰ্মাতা অনুৰাগ কাশ্যপ, স্ক্ৰীপ্ট লেখক বৰুণ গ্ৰোভৰ আৰু কমেডীয়ান কুণাল কাম্ৰাই বৃহস্পতিবাৰে কোভিড-19 পৰীক্ষা কিটৰ বাবে ধন গোটাবলৈ নিজৰ ট্ৰ’ফীসমূহ সাহাৰ্য হিচাপে নিলাম কৰে ৷
তেওঁলোকৰ এই অভিযানৰ লক্ষ্য হৈছে, আগন্তুক 30 দিনত মুঠ 10 টা কিটৰ বাবে 3,44,000 টকা যুগুত কৰা আৰু এই টকাখিনিৰে মুঠ এহাজাৰ লোকক পৰীক্ষা কৰিব পৰা যাব ৷
![বলিউডৰ শিল্পীৰ ট্ৰ’ফী নিলামী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/w_2105newsroom_1590028617_274.jpg)
নিৰ্মাতা অনুৰাগ কাশ্যপে তেওঁৰ টুইটাৰযোগে ঘোষণা কৰে যে, এই নিলামীত যিয়ে আটাইতকৈ বেছি দৰ-দাম কৰে তেওঁক কাশ্যপৰ নামজ্বলা ছবি ‘গেংগছ অৱ ৱাছেপুৰ’ৰ বাবে লাভ কৰা ফিল্মফেয়াৰ ট্ৰ’ফীটো প্ৰদান কৰিব ৷
-
Highest bidder gets the original trophy for the Filmfare critics award best film 2013 . “Gangs of Wasseypur”... https://t.co/BtXrUQAJ7C
— Anurag Kashyap (@anuragkashyap72) May 20, 2020 " class="align-text-top noRightClick twitterSection" data="
">Highest bidder gets the original trophy for the Filmfare critics award best film 2013 . “Gangs of Wasseypur”... https://t.co/BtXrUQAJ7C
— Anurag Kashyap (@anuragkashyap72) May 20, 2020Highest bidder gets the original trophy for the Filmfare critics award best film 2013 . “Gangs of Wasseypur”... https://t.co/BtXrUQAJ7C
— Anurag Kashyap (@anuragkashyap72) May 20, 2020
আনহাতে, লেখক বৰুণ গ্ৰোভৰে আয়ুষ্মান খুৰানা-ভুমি পেডনেকাৰ অভিনীত ছবি ‘দম লগা কে হাইশা’ৰ ‘মোহ মোহ কে ধাগে’ শীৰ্ষক গীতটিৰ বাবে লাভ কৰা ট্ৰ’ফী নিলামী হিচাপে দিয়ে ৷
-
Adding the TOIFA trophy I won for 'Moh Moh Ke Dhaage' (DLKH, 2015) for charity auction to raise funds for Covid test kits.
— वरुण 🇮🇳 (@varungrover) May 20, 2020 " class="align-text-top noRightClick twitterSection" data="
Putting it up on ebay in 2050 was my retirement fund plan but i believe now is a better time to use it to secure India's future. https://t.co/t0Q6YJMCkg https://t.co/2xqDEakmKA pic.twitter.com/hu6Yig2G7p
">Adding the TOIFA trophy I won for 'Moh Moh Ke Dhaage' (DLKH, 2015) for charity auction to raise funds for Covid test kits.
— वरुण 🇮🇳 (@varungrover) May 20, 2020
Putting it up on ebay in 2050 was my retirement fund plan but i believe now is a better time to use it to secure India's future. https://t.co/t0Q6YJMCkg https://t.co/2xqDEakmKA pic.twitter.com/hu6Yig2G7pAdding the TOIFA trophy I won for 'Moh Moh Ke Dhaage' (DLKH, 2015) for charity auction to raise funds for Covid test kits.
— वरुण 🇮🇳 (@varungrover) May 20, 2020
Putting it up on ebay in 2050 was my retirement fund plan but i believe now is a better time to use it to secure India's future. https://t.co/t0Q6YJMCkg https://t.co/2xqDEakmKA pic.twitter.com/hu6Yig2G7p
ইয়াৰোপৰি কমেডীয়ান কাম্ৰাই তেওঁৰ ইউ টিউবৰ বাবে লাভ কৰা পুৰস্কাৰসমূহ নিলামী হিচাপে দান কৰা বুলি জানিবলৈ দিয়ে ৷
ক্ৰাউডফাণ্ডিং প্লেটফৰ্ম মিলাপে জনোৱা অনুসৰি, এই অভিযানযোগে গোটোৱা ধনসমূহ পোনপটীয়াকৈ মায়লেব ডিস্ক’ভাৰী চল্যুশনলৈ প্ৰেৰণ কৰা হ’ব, যিয়ে বুৰ্ডা মিডিয়া ইণ্ডিয়াৰ দ্বাৰা হাস্পাতাল আৰু লেব’ৰেট’ৰীত কোভিড-19 পৰীক্ষণৰ কিটসমূহ ক্ৰয় কৰি ব্যৱহাৰ কৰিব পাৰিব ৷
লগতে পঢ়ক: জ্যেষ্ঠ সাংবাদিক মোজাহিদুল হকৰ দেহাৱসান