ETV Bharat / sitara

নিউয়ৰ্কত প্ৰদৰ্শিত ‘আমিষ’ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ - আমিষ

নিউয়ৰ্কৰ ত্ৰিবেকা চলচিত্ৰ মহোৎসৱলৈ অসমীয়া ছবি পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন ছবি "আমিষ"ৰ প্ৰিমিয়াৰ ৷ আন্তঃৰাষ্ট্ৰীয় কাহিনীমূলক ছবি শিতানত প্ৰদৰ্শিত হ’ল ছবিখন ৷

নিউৱৰ্কত "আমিষ"ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ
author img

By

Published : Apr 27, 2019, 8:28 AM IST

Updated : Apr 27, 2019, 11:28 PM IST

নিউজ ডেস্ক, 27 এপ্ৰিল : অসমীয়া ছবি পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন ছবি "আমিষ"ৰ প্ৰিমিয়াৰ প্ৰদৰ্শিত হ'ল নিউয়ৰ্কৰ ত্ৰিবেকা চলচিত্ৰ মহোৎসৱত ৷ 24 এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈ থকা এই চলচিত্ৰ মহোৎসৱত শুকুৰবাৰে প্ৰদৰ্শিত হ'ল ছবিখনৰ প্ৰিমিয়াৰ ৷ "আমিষ"ৰ লগতে 103 খন ছবি প্ৰদৰ্শিত হয় এই চলচিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় কাহিনীমূলক ছবি শিতানত ৷

etv bharat assam
নিউৱৰ্কত "আমিষ"ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰখ্যাত সত্ৰীয়া নৃত্যশিল্পী লিমা দাস আৰু অৰ্ঘদীপ বৰুৱাই ৷ উল্লেখ্য যে, ভাস্কৰ হাজৰিকাৰ প্ৰথমখন ছবি ‘কথানদী’ৰ জনপ্ৰিয়তাৰ পাচতে তেওঁৰ দ্বিতীয়খন ছবি "আমিষ"ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ নিউয়ৰ্কত প্ৰদৰ্শিত হোৱাৰ খবৰে এতিয়া উৎফুল্লিত কৰি তুলিছে ৰাজ্যবাসীক ৷

etv bharat assam
নিউৱৰ্কত "আমিষ"ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ

অধিক পঢ়ক- অসমীয়া নতুন ছবি "বৰনদী ভটিয়ায়" অহা 3 মে'ত অসমৰ ছবি গৃহত মুক্তি লাভ কৰিব

Intro:Body:

#সুখী

বিশিষ্ট পৰিচালক ভাস্কৰ হাজৰিকা দাৰ প্ৰথম চিনেমা "কথানদী"খন চাই মানুহজনক লগ পোৱাৰ হেঁ‌পাহ এটা মনে মনে ৰৈ গৈছিল। 

আৰু তেখেতৰ দ্বিতীয়খন চিনেমা "আমিষ (Aamis)"ত মই জড়িত হ'বলৈ পাম বুলি কেতিয়াও ভবা নাছিলো।

"আমিষ"ৰ কাইলৈ নিউৱৰ্কত WORLD PREMIERE 

এই সুযোগতে সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছো।

লগতে চিনেমাখনত জড়িত সকলো কলা-কুশলীলৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ‌।

বিশেষকৈ Ronald Da, Sunayana Ba, Samar Da আৰু Dhrubajyoti Da ক আমাক এখন নতুন জগতৰ লগত চিনাকী কৰি দিয়াৰ বাবে বহুত ধন্যবাদ। 😊🤗

#JAA

Conclusion:
Last Updated : Apr 27, 2019, 11:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.