ETV Bharat / sitara

অভিনেত্ৰী পায়েল ঘোষে আঠাৱালে নেতৃত্বাধীন আৰ.পি.আই দলত যোগদান কৰে

author img

By

Published : Oct 27, 2020, 1:04 PM IST

সোমবাৰে মুম্বাইত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেৰ নেতৃত্বাধীন ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া (এ) ত যোগদান কৰে অভিনেত্ৰী পায়েল ঘোষে ৷

অভিনেত্ৰী পায়েল ঘোষে আঠাৱলালে নেতৃত্বাধীন আৰ.পি.আই দলত যোগদান কৰে

চিটাৰা ডেস্ক, 27 অক্টোবৰ: অভিনেত্ৰী পায়েল ঘোষে সোমবাৰে মুম্বাইত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেৰ নেতৃত্বাধীন ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া (এ) ত যোগদান কৰে ৷ অভিনেত্ৰী গৰাকীক মহিলা শাখাৰ উপাধ্যক্ষ পদত অধিস্থিত কৰা হৈছে ৷

অভিনেত্ৰী গৰাকীৰ নিজ দললৈ স্বাগতম জনাই কয়, "মই তেওক আমাৰ দলত যোগদান কৰাৰ বাবে ধন্যাবাদ জ্ঞাপন কৰিছো আৰু আমাৰ দললৈ স্বাগতম জনাইছো ৷"

ঘোষে আঠাৱালেক তেওঁৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু দলটোৰ লগতে ভাৰতৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে ৷ তেওঁ কয়, "মহাশয়ে সদায় মোৰ সমৰ্থন কৰিছে আৰু মই তেওঁৰ ওচৰত কৃতজ্ঞ ৷ মহিলা সকলক এনে ধৰণৰ সমৰ্থনৰ প্ৰয়োজন আছে ৷ চিনেমাৰ ওপৰিও যেতিয়াই মোৰ হাতত আজৰি সময় থাকিব তেতিয়া মই আৰ.পি.আই আৰু ভাৰতৰ হকে কাম কৰিম" বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক: শা সালিয়ানৰ মৃত্যত CBI তদন্তৰ দাবীৰে কৰা আবেদন নস্যাৎ উচ্চতম ন্য়ায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.