নিউজ ডেস্ক,3 জুলাইঃ 842 গৰাকী বিশিষ্ট শিল্পীৰ তালিকাত নাম অন্তৰ্ভুক্ত বলিউড ছবি নিৰ্মাতা জোয়া অফটাৰ,অনুৰাগ কাশ্যপ,ৰিতেশ ৱত্ৰা আৰু বিশিষ্ঠ অভিনেতা অনুপম খেৰৰ ৷ Academy of Motion Picture Arts and Science'ৰ সদস্য ৰূপে আমন্ত্ৰণ কৰে বলিউডৰ অনিনেতা,ছবি নিৰ্মাতা কেইগৰাকীক ৷ Theatrical Motion Picture ৰ অৱদানৰ বাবেই শিল্পী কেইগৰাকীক আমন্ত্ৰণ জনাই ৷
উল্লেখ্য যে,2019 চনৰ এই তালিকাত 50 শতাংশ মহিলা, 59 খন দেশৰ 29 শতাংশ কৃষ্ণাংগ লোকে প্ৰতিনিধিত্ব কৰিব ৷
842 গৰাকী বিশিষ্ট শিল্পীৰ তালিকাত বলিউড শিল্পী - assam news
Academy of Motion Picture Arts and Science'ৰ সদস্য ৰূপে আমন্ত্ৰণ কৰে বলিউডৰ অভিনেতা,ছবি নিৰ্মাতা কেইগৰাকীক
![842 গৰাকী বিশিষ্ট শিল্পীৰ তালিকাত বলিউড শিল্পী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3731099-thumbnail-3x2-kkkkpp.jpg?imwidth=3840)
842 গৰাকী বিশিষ্ট শিল্পীৰ তালিকাত বলিউড শিল্পী
নিউজ ডেস্ক,3 জুলাইঃ 842 গৰাকী বিশিষ্ট শিল্পীৰ তালিকাত নাম অন্তৰ্ভুক্ত বলিউড ছবি নিৰ্মাতা জোয়া অফটাৰ,অনুৰাগ কাশ্যপ,ৰিতেশ ৱত্ৰা আৰু বিশিষ্ঠ অভিনেতা অনুপম খেৰৰ ৷ Academy of Motion Picture Arts and Science'ৰ সদস্য ৰূপে আমন্ত্ৰণ কৰে বলিউডৰ অনিনেতা,ছবি নিৰ্মাতা কেইগৰাকীক ৷ Theatrical Motion Picture ৰ অৱদানৰ বাবেই শিল্পী কেইগৰাকীক আমন্ত্ৰণ জনাই ৷
উল্লেখ্য যে,2019 চনৰ এই তালিকাত 50 শতাংশ মহিলা, 59 খন দেশৰ 29 শতাংশ কৃষ্ণাংগ লোকে প্ৰতিনিধিত্ব কৰিব ৷
zoya akhtar anupam kher by academy of motion picture arts and scinces as members
842 গৰাকী বিশিষ্ট শিল্পীৰ তালিকাত বলিউড শিল্পী
নিউজ ডেস্ক, 3 জুলাইঃ 842 গৰাকী বিশিষ্ট শিল্পীৰ তালিকাত নাম অন্তৰ্ভুক্ত বলিউড ছবি নিৰ্মাতা জোয়া অফটাৰ, অনুৰাগ কাশ্যপ, ৰিতেশ ৱত্ৰা আৰু বিশিষ্ঠ অভিনেতা অনুপম খেৰৰ ৷ Academy of motion picture arts and science'ৰ সদস্য ৰূপে আমন্ত্ৰণ কৰে বলিউডৰ অনিনেতা, ছবি নিৰ্মাতা কেইগৰাকীক ৷ Theatrical motion picture ৰ অৱদানৰ বাবেই শল্পী কেইগৰীক আমন্ত্ৰণ জনাই ৷
উল্লেখ্য যে, 2019 চনৰ এই তালিকাত 50 শতাংশ মহিলা, 59 খন দেশৰ 29 শতাংশ কৃষ্ণাংগইও প্ৰতিনিধিত্ব কৰিব ৷