চিটাৰা ডেস্ক, 10 জুনঃ সদায়েই নিজৰ ফিটনেছৰ কাৰণে সমাদৃত হয় বলীউড অভিনেতা বিদ্যুত জামাল ৷ এইবাৰ অভিনেতা গৰাকীয়ে উন্মোচন কৰিলে নিজৰ ইউটিউব চেনেল ৷ নিজৰ চেনেলত প্ৰথমটো ভিডিঅ'তে পানীৰ ওপৰত খোজকাঢ়ি দেখুৱালে অদ্ভুত প্ৰতিভা ৷
- " class="align-text-top noRightClick twitterSection" data="">
জানিব পৰা মতে,তেওঁ এই চেনেলৰ মাধ্যেমেৰে শাৰীৰিক ফিটনেছৰ লগত জড়িত ভিডিঅ' সমূহ প্ৰচাৰ কৰিব ৷ কেৱল সেয়াই নহয় মানসিক ফিটনেছৰ টিপ্পনী দিব অভিনেতা গৰাকীয়ে ৷