ETV Bharat / sitara

ছবিৰ ষ্টাণ্টমেন সকললৈ বিদ্যুৎ জামৱালৰ আৰ্থিক অনুদান - সহায়ৰ প্ৰয়োজন

দেশৰ সংকট কালৰ এই অৱস্থাত ছবি উদ্যোগৰ লগত জড়িত মুভি ষ্টাণ্ট আৰ্টিষ্ট এচ'চিয়েশ্ব্যনৰ শিল্পীসকলক সহায় কৰাৰ উদ্দেশ্যে অভিনেতা বিদ্যুৎ জামৱালে আগবঢ়ালে আৰ্থিক অনুদান । যিকসকলে আৰ্থিকভাৱে সহায়ৰ বাবে আগ্ৰহী তেখেতসকলকো এইসকল শিল্পীৰ বাবে আৰ্থিক অনুদান আগবঢ়াবলৈ জনাইছে আবেদন ।

Vidyut Jammwal extends monetary aid to stuntmen
ছবিৰ ষ্টাণ্টমেন সকললৈ বিদ্যুৎ জামৱালৰ আৰ্থিক অনুদান
author img

By

Published : Aug 14, 2020, 1:31 AM IST

নিউজ ডেস্ক,১৩ আগষ্ট: একচন হিৰ' বিদ্যুৎ জামৱালে মুভি ষ্টাণ্ট এচ'চিয়েশ্ব্যনৰ শিল্পীসকলক সহায় কৰাৰ উদ্দেশ্যে আগবঢ়ালে আৰ্থিক অনুদান ।

মহামাৰী ক'ৰণাৰ বাবে চলি থকা লকডাউনৰ বাবে যোৱা বহুকেইটা মাহ ধৰি ছবি উদ্যোগটো বন্ধ হৈ থকাৰ ফলত তেওঁলোকৰ উপাৰ্জন একেবাৰে বন্ধ হৈ পৰাত ষ্টাণ্ট আৰ্টিষ্টসকলৰ অৱস্থা অতিকে দুখজনক হৈ পৰিছে ।

এই কথা অৱগত হোৱাৰ পিছতেই অভিনেতা বিদ্যুতে স্ক্ৰীন ৱাৰিৱ'ৰ্চ ষ্টাণ্ট আৰ্টিষ্টসকললৈ এখন পত্ৰৰ লগতে প্ৰেৰণ কৰে আৰ্থিক অনুদানো ।

এইসকল শিল্পীক এতিয়া আমাৰ সহায়ৰ প্ৰয়োজন । আমাৰ অকনমান সহায়ত এওঁলোক আগবাঢ়িব পাৰিব । সেয়েহে যিসকলে আৰ্থিকভাৱে সহায়ৰ বাবে আগ্ৰহী তেখেতসকলেও আমাৰ এই স্ক্ৰীন ৱাৰিৱ'ৰ্চসকলক আৰ্থিক অনুদান আগবঢ়াই তেওঁলোককো জীৱন যাপনৰ বাবে সহায় কৰক । পত্ৰখনত এইদৰে উল্লেখ কৰিলে এক্সন হিৰ' বিদ্যুৎ জামৱালে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.