চিটাৰা ডেস্ক, 1 ছেপ্তেম্বৰ : চিকিৎসাধীন জ্যেষ্ঠ অভিনেত্ৰী শ্বায়েৰা বানু ৷ হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে 77 বৰ্ষীয় অভিনেত্ৰীগৰাকীক ৷
সূত্ৰই প্ৰকাশ কৰা অনুসৰি, উচ্চ ৰক্তচাপজনিত কাৰণতে হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেত্ৰীগৰাকীক ৷
(অধিক তথ্যৰ বাবে অপেক্ষা কৰক)