ETV Bharat / sitara

'দ্যা হোৱাইট টাইগাৰ'ৰ ট্ৰেইলাৰ মুকলিত আপ্লুত দৰ্শক

author img

By

Published : Dec 22, 2020, 6:54 PM IST

'দ্যা হোৱাইট টাইগাৰ'ৰ ট্ৰেইলাৰে ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক সঁহাৰি । ছবিখনত অভিনয় কৰিছে প্ৰিয়ংকা চোপ্ৰা, ৰাজকুমাৰ ৰাওৰ লগতে আদৰ্শ গৌৰৱে ।

ট্ৰেইলাৰ মুকলিত আপ্লুত দৰ্শক
the-white-tiger-traile

চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ: নেটফ্লিক্সত আহিবলগীয়া ছবি 'দ্যা হোৱাইট টাইগাৰ'ৰ ট্ৰেইলাৰে ছচিয়েল মিডিয়াত ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । ছবিখনত প্ৰিয়ংকা চোপ্ৰা, ৰাজকুমাৰ ৰাওৰ লগতে আদৰ্শ গৌৰৱে পৰিশ্ৰমবিহীনভাৱে কৰা অভিনয়ত সকলো আপ্লুত হৈ ছচিয়েল মিডিয়াত দৰ্শকৰ প্ৰশংসা বুটলিছে । ছবিখন অৰবিন্দ অডিগাৰ মেন বুকাৰ প্ৰাইজ উপন্যাসৰ ওপৰত আধাৰিত ।

  • " class="align-text-top noRightClick twitterSection" data="">

এটা পৰিয়ালৰ এগৰাকী ব্যক্তিৰ দুৰ্দশা আৰু এগৰাকী সফল উদ্যমী যুৱকে এখন ডাঙৰ চহৰত গৈ কিদৰে নিজকে প্ৰতিষ্ঠা কৰে তাৰ অসাধাৰণ যাত্ৰাক লৈ নিৰ্মিত এই ছবিখন । ছবিখনত অভিনয় কৰিছে বলৰাম হালবাই, আদৰ্শ গৌৰৱ প্ৰিয়ংকা চোপ্ৰা, ৰাজকুমাৰ ৰাও । তাৰোপৰি আমেৰিকান-ইৰাণিয়ান পৰিচালক ৰমিন বাহৰাণিয়েও অভিনয় কৰিছে ।

সোমবাৰে নেটফ্লিক্সত ছবিখনৰ আঢ়ৈ মিনিটৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল । মুকলিৰ পাচত আদৰ্শ গৌৰৱে কোনো আশ্বৰ্যজনক প্ৰতিক্ৰিয়া নকৰিলে কিয়নো PeeCee য়ে স্পষ্ট কৰি দিয়ে যে ছবিখন উপভোগ কৰিবলৈ তেওঁৰ যথেষ্ঠ প্ৰতিভা আছে । ছবিখনৰ কাহিনীৰ বিষয়ে বিৱৰণ দাঙি ধৰি প্ৰিয়ংকা চোপ্ৰাই লিখিছে যে আধুনিক ভাৰতত এটা দৰিদ্ৰ আৰু গাঁৱলীয়া সফল উদ্যমী যুৱক জীয়াই থাকিবলৈ কিদৰে পৰিশ্ৰম কৰিব লাগে সেই বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন ।

লগতে পঢ়ক: প্ৰয়াত অভিনেতা সুশান্ত সিঙৰ পিতৃৰ হাৰ্ট এটেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.