ETV Bharat / sitara

সুশান্তৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ বাবে মুম্বাইলৈ ৰাওনা হ'ল পাটনাৰ আৰক্ষী অধীক্ষক

সুশান্তৰ ঘটনাৰ তদন্তৰ বাবে মুম্বাইলৈ ৰাওনা হয় পাটনা চহৰৰ আৰক্ষী অধীক্ষক (City SP) বিনয় তিৱাৰী ৷ বিহাৰৰ তদন্তকাৰী দলটোৰ নেতৃত্ব গ্ৰহণ বিনয় তিৱাৰীৰ ৷

author img

By

Published : Aug 2, 2020, 8:03 PM IST

Sushant suicide case patna city SP leaves for mumbai
সুশান্তৰ ঘটনাৰ তদন্তৰ বাবে মুম্বাইলৈ ৰাওনা হ'ল পাটনাৰ আৰক্ষী অধীক্ষক

চিটাৰা ডেস্ক,2 আগষ্টঃ বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ সন্দেহজনক মৃত্যুৰ পিছত পাটনা থানাত সুশান্তৰ পৰিয়ালে গোচৰ দাখিল কৰাত বিহাৰৰ আৰক্ষী ৰাওনা মুম্বাইলৈ ৷ ইফালে মহাৰাষ্ট্ৰ আৰক্ষীয়ে বিহাৰৰ আৰক্ষীক সহযোগ নকৰাত বিহাৰৰ আৰক্ষীয়ে গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

  • #SushantSinghRajputDeathCase: Patna (Central) Superintendent of Police (SP) Vinay Tiwari will be leading the Bihar Police team which is probing the case. Vinay Tiwari has left for Mumbai.

    — ANI (@ANI) August 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তদন্তৰ ক্ষিপ্ৰতাৰ বাবে পাটনাৰ পৰা দেওবাৰে চিনিয়ৰ আৰক্ষী বিষয়া বিনয় তিৱাৰীক মুম্বাইলৈ প্ৰেৰণ কৰে ৷ কিয়নো পূৰ্বতে মুম্বাইলৈ পঠিওৱা বিহাৰৰ চাৰিগৰাকী আৰক্ষীক কোনোধৰণৰ সহযোগিতা কৰা নাছিল মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৷ সেয়ে পাটনা চহৰৰ আৰক্ষী অধীক্ষক বিনয় তিৱাৰীক মুম্বাইলৈ প্ৰেৰণ কৰে তাৎক্ষণিকভাৱে ৷

লগতে পঢ়কঃঅৱশেষত কৰ'ণা পৰীক্ষণ নিগেটিভ আহিল অমিতাভ বচ্চনৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.