ETV Bharat / sitara

সুশান্ত সিঙৰ নামত ফাউণ্ডেছনঃ নতুন প্ৰতিভাক সহায় কৰিব পৰিয়ালবৰ্গই - নতুন প্ৰতিভাক সহায় কৰিব পৰিয়ালবৰ্গই

সুশান্ত সিং ৰাজপুতক অনুৰাগীৰ হৃদয়ত সদায় জীয়াই ৰাখিবৰ বাবে সুশান্ত সিং ৰাজপুত ফাউণ্ডেছন স্থাপনৰ ঘোষণা পৰিয়ালবৰ্গৰ ৷ কেৱল সেয়াই নহয় স্মাৰকলৈ ৰূপান্তৰ কৰিব পাটনাস্থিত সুশান্তৰ শৈশৱৰ ঘৰটো ৷

Sushant Singh Rajput's childhood home to be turned into memorial
সুশান্ত সিঙৰ নামত ফাউণ্ডেছন গঠন
author img

By

Published : Jun 27, 2020, 7:57 PM IST

চিটাৰা ডেস্ক,27জুনঃ সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে স্বৰ্গীয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ নামত গঠন কৰিব সুশান্ত সিং ৰাজপুত ফাউণ্ডেছন ৷ যাৰ জৰিয়তে অভিনেতা গৰাকীৰ হৃদয়ৰ একেবাৰে কাষৰ বিষয় চিনেমা, বিজ্ঞান আৰু খেলৰ লগত জড়িত নতুন প্ৰতিভা সমূহক সহায় কৰাৰ প্ৰয়াস কৰা হ'ব ৷

Sushant Singh Rajput's childhood home to be turned into memorial
সুশান্ত সিঙৰ নামত ফাউণ্ডেছন গঠন
Sushant Singh Rajput's childhood home to be turned into memorial
স্মাৰকলৈ ৰূপান্তৰ কৰিব পাটনাস্থিত সুশান্তৰ শৈশৱৰ ঘৰ

সুশান্ত সিং ৰাজপুত

পৰিয়ালৰ লোকে এই কথাও ঘোষণা কৰে যে পাটনাস্থিত প্ৰয়াত অভিনেতাগৰাকীৰ শৈশৱৰ বাসগৃহটো তেওঁৰ অনুৰাগীসকলৰ বাবে স্মাৰকলৈ ৰূপান্তৰ কৰিব ৷ লগতে পৰিয়ালৰ লোকে সুশান্তক ইমান মৰম দিয়াৰ বাবে ধন্যবাদ জনালে অনুৰাগীসকলক ৷

লগতে পঢ়কঃচাৰ্টলেছ শৰীৰ চৰ্চাৰ ফটো শ্বেয়াৰ অভিনেতা চলমান খানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.