ETV Bharat / sitara

ৰাজনীতিত প্ৰৱেশ কৰিব নেকি বলীউডৰ বাদশ্বাহে ?

author img

By

Published : Jun 13, 2021, 2:26 PM IST

প্ৰশান্ত কিশোৰে শুকুৰবাৰে এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক (Sharad Pawar) সাক্ষাৎ কৰিছিল ৷ ইয়াৰ এদিন পাছতেই অৰ্থাৎ শনিবাৰে কিশোৰে শ্বাহৰুখ খান (Shahrukh Khan)ক সাক্ষাৎ কৰে ৷

speculations-ripe-after-prashant-kishor-meets-shah-rukh
বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানক সাক্ষাৎ ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ

চিটাৰা ডেস্ক, 13 জুন : ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে (Prashant Kishor) শনিবাৰে বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান (Shahrukh Khan)ক তেওঁৰ বাসগৃহ ‘মন্নত’ত সাক্ষাৎ কৰে ৷ ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে (Prashant Kishor) বলিউড অভিনেতাগৰাকীক সাক্ষাৎ কৰাক লৈ এতিয়া চৌদিশে গুজৱ চলিছে ৷

প্ৰশান্ত কিশোৰে শুকুৰবাৰে এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক (Sharad Pawar) সাক্ষাৎ কৰিছিল ৷ ইয়াৰ এদিন পাছতেই অৰ্থাৎ শনিবাৰে কিশোৰে শ্বাহৰুখ খান (Shahrukh Khan)ক সাক্ষাৎ কৰে ৷ শ্বাহৰুখ-কিশোৰৰ এই সাক্ষাতৰ পাচত বলিউড কিং শ্বাহৰুখ খানে ৰাজনীতিত প্ৰৱেশৰ যো-জা কৰিছে বুলি গুজৱ ওলাইছে ৷

আন কিছুমানে আকৌ শ্বাহৰুক খান (Shahrukh Khan)ৰ গৃহ প্ৰডাকচন হাউছ ‘ৰেড চিলিজ' (Red Chillies)ৰ বেনাৰত প্ৰশান্ত কিশোৰৰ জীৱনৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিব পাৰে বুলি অনুমান কৰিছিল ।

অৱশ্যে, এনে ধৰণৰ বায়োপিক নিৰ্মাণৰ বাতৰি প্ৰকৃততে উৰাবাতৰিহে বুলি ৰেড চিলিজ (Red Chillies)ৰ মুখপাত্ৰই সদৰি কৰে ৷ আনহাতে শ্বাহৰুখ খানে (Shahrukh Khan) ৰাজনীতিত প্ৰৱেশ কৰাৰ অনুমানকো ভিত্তিহীন বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা হৈছে ৷ তেওঁলোকে প্ৰশান্ত কিশোৰ (Prashant Kishor) ৰ এই সাক্ষাতক ধন্যবাদসূচক সাক্ষাৎকাৰ বুলিহে উল্লেখ কৰে ৷ ৰাজনীতিবিদগৰাকীয়ে তেওঁৰ কামত সহায় কৰা লোকসকলক ব্য়ক্তিগতভাবে লগ কৰি কৃতজ্ঞতা জনাইছে বুলি সূত্ৰটোৱে উল্লেখ কৰে ।

লগতে পঢ়ক : চৰকাৰৰ 'শূণ্য শ্ল’গান'ক সমালোচনা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.