ETV Bharat / sitara

ছাংহাই আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হ'ব"চেকছন 375" - চেকছন 375

ৰিচা চড্ডা, মীৰা চোপ্ৰা আৰু অক্ষয় খান্নাৰ অভূতপূৰ্ব অভিনয় প্ৰতিফলিত হোৱা ছবি "চেকছন 375"প্ৰদৰ্শিত হ'ব 23 সংখ্যক ছাংহাই আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ৷ 25 জুলাইৰ পৰা আৰম্ভ হ'ব লগা এই ছবি মহোৎসৱখনত 26,30,31 জুলাই আৰু 1,2 আগষ্টত প্ৰদৰ্শিত এই বিশেষ হিন্দী ছবিখন ৷

section 375 to be screened at Sanghai Film Fest
ছাংহাই আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হ'ব"চেকছন 375"
author img

By

Published : Jul 21, 2020, 7:53 PM IST

চিটাৰা ডেস্ক,21 জুলাইঃ সমীক্ষকৰ দ্বাৰা সমাদৃত ছবি "চেকছন 375" আগন্তুক 23 সংখ্যক ছাংহাই আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হ'ব ৷

section 375 to be screened at Sanghai Film Fest
ছাংহাই আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হ'ব"চেকছন 375"

চীনৰ এই ছবি মহোৎসৱ 25 জুলাইৰ পৰা 2আগষ্টলৈকে অনুষ্ঠিত হ'ব ৷ য'ত 26,30,31 জুলাই আৰু 1,2 আগষ্টত প্ৰদৰ্শিত হ'ব হিন্দী ছবি "চেকছন 375" ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অজয় বহলৰ দ্বাৰা নিৰ্দেশিত ছবি "চেকছন 375"ত ৰিচা চড্ডাই চৰকাৰী উকীলৰ চৰিত্ৰ ৰূপায়ন কৰিছে , যি অঞ্জলি দংগল নামৰ এগৰাকী ধৰ্ষিতা, নিৰ্যাতিতা চৰিত্ৰৰ বাবে ছবিখনত আইনীভাৱে যুঁজ দিছে ৷ ইফালে অক্ষয় খান্নাই ছবিখনত আৰোপী গৰাকীৰ হৈ উকালতি কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃমুক্তি পালে শকুন্তলা দেৱী ছবিখনৰ প্ৰথমটো গীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.