ETV Bharat / sitara

মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলাল চেইফ-কৰীণা - চেইফ আলী খান আৰু তেঁওৰ পত্নী কৰীণা কাপুৰ আৰু পুত্ৰ তাইমূৰ

শেহতীয়াকৈ যথেষ্ট ভাইৰেল হৈছে চেইফ আলী খান আৰু তেওঁৰ পত্নী কৰীণা কাপুৰ আৰু পুত্ৰ তাইমূৰৰ কেইখনমান ফটো আৰু তাৰ পিছতেই সমালোচনাৰ সন্মুখীন হয় দুয়োগৰাকী তাৰকা ৷ দৰাচলতে,ফটোকেইখনত তিনিওকে দেখা গৈছিল বিনা মাস্কত ৷ যাৰ বাবে সাধাৰণ ৰাইজে তীক্ষ্ণ সমালোচনা কৰে দুয়োৰে এই কাণ্ডক ৷

saif kareena trolled for stepping out without mask
মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলাল চেইফ-কৰীণা, সমালোচনাৰে তুলাধুনা
author img

By

Published : Jun 8, 2020, 8:55 PM IST

চিটাৰা ডেস্ক, 8 জুনঃ লক ডাউনত কিছু শিথিলতা অনাৰ পিছত তাৰকা দম্পতি চেইফ আৰু কৰীণাই পুত্ৰৰ সৈতে সাগৰৰ পাৰত খোজ কাঢ়ি থকা পৰিলক্ষিত হয় ৷ তেওঁলোকৰ এই ভ্ৰমণকালতে তোলা কেইখনমান ফটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ৷ য'ত চেইফ আলী খান আৰু তেওঁৰ পত্নী কৰীণা কাপুৰ আৰু পুত্ৰ তাইমূৰৰ মুখত মাস্ক নাছিল ৷ মাস্ক নথকাৰ বাবেই একাংশই কথাৰে থকা সৰকা তাৰকাদ্বয়ক ৷

saif kareena trolled for stepping out without mask
সমালোচনাৰে তুলাধুনা

এই সন্দৰ্ভত বহুজনে বহুধৰণৰ কথা লিখে ছ'চিয়েল মিডিয়াত ৷ অৱশ্যে একাংশই তাৰকাদ্বয়ৰ পক্ষত থিয় দিয়াও পৰিলক্ষিত হৈছে ৷ তেওঁলোকৰ মতে,সেইখিনি সময়ত তেওঁলোকৰ সৈতে বেছি মানুহ নাছিল,সেইকাৰণে হয়টো তেওঁলোকে মাস্ক পিন্ধাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল ৷

লগতে পঢ়কঃ১১ জুনত ডুবাইত মুক্তি লাভ কৰিব অক্ষয় কুমাৰ অভিনীত ছবি গুড নিউজ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.