ETV Bharat / sitara

নিজৰ টুইটাৰ একাউন্ট প্ৰাইভেট কৰিলে অভিনেত্ৰী ৰিচা চড্ডাই - নিজৰ টুইটাৰ একাউন্ট প্ৰাইভেট কৰিলে অভিনেত্ৰী ৰিচা চড্ডাই

অভিনেত্ৰী ৰিচা চড্ডাই শেহতীয়াকৈ প্ৰাইভেট কৰে নিজৰ টুইটাৰ একাউন্ট ৷ ইয়াৰ আঁৰৰ কাৰণ তেওঁ কয় যে,মাইণ্ডলেচ স্ক্ৰলিঙত তেওঁ বৰ্তমান কম সময় খৰচ কৰিব বিচাৰে ৷

Richa chadha makes her Twitter account private
নিজৰ টুইটাৰ একাউন্ট প্ৰাইভেট কৰিলে অভিনেত্ৰী ৰিচা চড্ডাই
author img

By

Published : Jul 25, 2020, 7:57 PM IST

চিটাৰা ডেস্ক, 25 জুলাইঃ অভিনেত্ৰী ৰিচা চড্ডাই শেহতীয়াকৈ চেটিং সলনি কৰি প্ৰাইভেট কৰে নিজৰ টুইটাৰ একাউন্ট ৷ তেওঁ জনাই যে তেওঁ এইটো এই কাৰণেই কৰিছে কাৰণ তেওঁ আজিকালি মাইণ্ডলেচ স্ক্ৰলিঙত কম সময় খৰচ কৰিব বিচাৰে ৷

Richa chadha makes her Twitter account private
অভিনেত্ৰী ৰিচা চড্ডাৰ শেহতীয়া প'ষ্ট

তেওঁ শেহতীয়াকৈ টুইটাৰত এটা প'ষ্ট প্ৰদান কৰে এইদৰে,"মই নিজৰ একাউন্ট প্ৰাইভেট কৰিবলৈ গৈ আছো,এয়া এই কাৰণে নহয় যে এই প্লেটফৰ্ম টক্সিক হয় ৷ মই ইয়াত সহায় কৰিবৰ বাবে,সমৰ্থন কৰিবৰ বাবে,উৎসাহিত কৰিবৰ বাবে আৰু ধেমালি বুজিবৰ বাবে আছো ৷ কিন্তু মোৰ ওচৰত এক সময় সীমা আছে,মই মাইণ্ডলেচ স্ক্ৰলিঙ কৰি বহুত সময় খৰচ কৰো ৷"

তেওঁ এক স্ক্ৰীণ শ্বট যোগে প্ৰকাশ কৰে যে,বৰ্তমান তেওঁ প্ৰতিদিনে ছ'চিয়েল মিডিয়াত 4 ঘন্টা 14 মিনিট সময় কটায়,ফলত সপ্তাহত 29 ঘন্টা 40 মিনিট যায় ৷ তাৰে 19 ঘন্টা 49 মিনিট ছ'চিয়েল নেটৱৰ্কিঙত আৰু 9 ঘন্টা টুইটাৰত ব্যৱহাৰ কৰে ৷ সেয়ে তেওঁ শেহতীয়াকৈ মাইণ্ডলেচ স্ক্ৰলিঙত কম সময় খৰচ কৰাৰ সিদ্ধান্ত লৈছে বুলি অনুৰাগীসকলক জানিবলৈ দিছে ৷

লগতে পঢ়কঃ ছবি আঁকি উপাৰ্জন কৰা ধন বানাক্ৰান্তলৈ আগবঢ়ালে আমগুৰিৰ যুৱকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.