ETV Bharat / sitara

বলিউডৰ বেয়া দিনঃ প্ৰডিউচাৰছ গিল্ডৰ মুখ্য কাৰ্যবাহী বিষয়াৰ মৃত্যু - producers guild of india ceo kulmeet makkar passes away

ভাৰতীয় ছবিজগতলৈ আহিছে ইটোৰ পিছত সিটো বেয়া খবৰ ৷ ইৰফান খান, ঋষি কাপুৰৰ পিছত আজি মৃত্যু হ'ল প্ৰডিউচাৰছ গিল্ড অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কুলমিত মক্কৰৰ ৷ ফাৰহান আখটাৰ, সুভাষ ঘাই , কৰণ জোহৰৰ দৰে বহু ছবি নিৰ্মাতাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷

producers guild of india ceo kulmeet makkar passes away
প্ৰডিউচাৰছ গিল্ডৰ মুখ্য কাৰ্যবাহী বিষয়াৰ মৃত্যু
author img

By

Published : May 1, 2020, 8:09 PM IST

চিটাৰা ডেস্ক,1 এপ্ৰিলঃ বিগত দুটা দিনত দেশবাসীয়ে হেৰুৱালে ভাৰতীয় চলচ্চিত্ৰ জগতৰ দুটা ভোটা তৰা ৷ প্ৰতিভাৱান অভিনেতা ইৰফান খান , জ্যেষ্ঠ অভিনেতা ঋষি কাপুৰৰ মৃত্যুৰ পিছতে শুকুৰবাৰে মৃত্যুবৰণ কৰে প্ৰডিউচাৰছ গিল্ড অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কুলমিত মক্কৰে ৷

জানিব পৰা মতে, শুকুৰবাৰে হৃদৰোগৰ ফলত 60 বছৰ বয়সত মৃত্যুবৰণ কৰে বিশেষ ব্যক্তিগৰাকীয়ে ৷ নিৰ্মাতা গৰাকীৰ মৃত্যুৰ বাতৰি নিজৰ টুইট যোগে প্ৰকাশ কৰি শোক ব্যক্ত কৰে কৰণ জোহৰে ৷

  • Kulmeet you were such an incredible pillar to all of us at the Producers Guild of India....relentlessly working for the industry and towards its enhancement and advancement... you left us too soon...We will miss you and always Remember you fondly.... Rest in peace my friend... pic.twitter.com/GUcapyjfMo

    — Karan Johar (@karanjohar) May 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অভিনেত্ৰী বিদ্যা বালনে তেওঁৰ এখন ফটো শ্বেয়াৰ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

অশোক পণ্ডিত, সুভাষ ঘাই আৰু ফাৰহান আখটাৰে টুইটাৰ যোগে গভীৰ শোক প্ৰকাশ কৰে প্ৰসিদ্ধ ছবি নিৰ্মাতা গৰাকীৰ মৃত্যুত ৷

  • Another shock to BOLLYWOOD 👤

    KULMEET MAKKAR
    Passed away coz of heart attack
    Our precious friend of Fim N TV industry n CEO of @producersguild of india-a dedicated effective voice of industry to govt n various institutions. Loved by all
    We will miss u sir!
    RIP🙏🏽 pic.twitter.com/QopEs9Zdng

    — Subhash Ghai (@SubhashGhai1) May 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • Seems like every day we’re waking up to losing someone we knew and someone who cared deeply about Indian film. RIP #KulmeetMakkar.. your work as the CEO of Film & Television Producers Guild of India will always be remembered. pic.twitter.com/jRWNHIwBL7

    — Farhan Akhtar (@FarOutAkhtar) May 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে চাওকঃ32 বছৰীয়া হ'ল অভিনেত্ৰী অনুষ্কা শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.